পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৬
চতুৰ্থ স্কন্ধ।

সংক্ষেপ পদক এতমান নিবন্ধিলো।
বাহুল্যক ডৰে মূল পদক এৰিলো॥

অথ কলিযুগ লক্ষণ।

পদ।

নাৰদে পুছন্ত দেব ক'হয়ে৷ সম্প্ৰতি।
গঙ্গা এৰি গৈলে কলি হইবে কোন গতি
নাৰায়ণ বদতি শুনিয়ো তপোবন।
গঙ্গ৷ সঙ্গে সৰ্ব্ব তাথ কাৰবে,গমন॥
কাশী বৃন্দাবন দিনে অ'ৰ যত তাৰ্থ।
হৰি আজ্ঞা মতে সবে চলিবে বৈকুণ্ঠ॥
শালগ্ৰাম শালা শক্তি শিব জগন্নাথ।
কলিৰ অযুত বৰ্ষে এiৰবে ভাৰত॥
শিব শক্তি বিষ্ণু নাম নৰৈব সিকালে!
পুৰাণ তুলসী সঙ্ঘ যাবে এক কালে॥
বেদক্ৰিয়া পিতৃশ্ৰাদ্ধ দেবপূজা দান।
শ্ৰবণ কীৰ্ত্তন নাম পিত্ৰাদি তৰ্পণ॥
বেদ বেদাঙ্গাদি সাস্ত্ৰ সবেও চলিবে।
সন্তু মহন্তাদি গ্ৰাম্য দেবতৃ৷ উঠিবে॥