পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শঙ্কৰদেৱ । আদি ভক্তসকলেৰে সৈত শকৰদেৱে হৰি সংকীৰ্ত্তনৰ চলেবে উজনি-মাসাম বুৰাই পেলাইছিল । * *শকৰদেৱে ৰত্নাকৰ কন্দলিক প্রত্যহ গীতা পাঠ কৰিবলৈ দিয়ে, ব্যাসকলায়ে । হৰিধনি কৰি সকলোকে ৰামনাম বোলাই তাৰ অৰ্থ বাখ্যা কৰি দিয়ে । এইদৰে শঙ্কৰে প্ৰচাৰ কৰা হৰিভক্তি মাহুহৰ মাজত চলাত পৃঙ্গা আ৷ আদি বামুণম্বকামত ব্যাঘাত হবলৈ ধৰিলে । পেইদেখি ব্ৰাহ্মণসকলে অস্থয়া কৰি শঙ্কৰৰ নামে আহোমজা চুহুমুং স্বৰ্গদেৱৰ ওচৰত গোচৰ দিলে । ৰজাৰ ৰচৰত শকৰ দেৱৰ ভয় আৰু ব্ৰহ্মণসকলৰ পৰাসু ঘটিল। একালত অসম ৰজাৰ হাতী ধৰিবাৰ মন হল। ৰজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ দী ধৰিবৰ নিমিত্তে লোকজন পঠিয়ালে। ভূ সকলক হাতী খেদ। পাল দিলে। শঙ্কৰ বংশীয় ভূঞাসকলে ঘি

  • গ্ৰাম ৰাম ওক ৰামদাস ওজা ছুই । মাধৱে কীৰ্ত্তনকাৰ ডাহনাপ{জী হই ।

গগণমণ্ডল চোরে কান্নৰ ধ্বনি । মানৱ-সাগৰে লোক সকে জাক শুনি । স্বভাৱে কীৰ্তন ঘোষ পৰম লৰা এখনো মিলয় গুনি আনন্দ লোকৰ । তাতে জাৰো ঈশ্বৰে আপুনি ভাল ধৰি। গাৱ মহিয়া তাৰ কোনে কৈবে পাৰি। আগেতে শঙ্কৰদেৱ থাকন্ত সাক্ষ'ত । মিলে নানা আমন্স জপৰিমিত ঠাত । শৈশুসৰি ঠাকুৰ। + ৰত্নাকৰ কনলি পট গীতা হয়। বিয়াসকলাই নামে কেক শচয় । ২ধা সম গুণ নাই ৰাতিত ব্রাহ্মণ ( শঙ্কৰদের ৫ হেঁ গৈলাচে শৰণ । ছই চা িcোক গৈলে গীতাৰ নিস্ট। খিহুগ সিটো সৱ সন্তান্ত কায় । হে নতাসদ লোক ধিৰ কৰি মন । কন সাৱধানে ইটো ককৰ ঋচন । এহি বুলি সিটো সবে লোক অনাই। গীতাৰ অৰ্ণক কহে সতাত ফুটাই। ওপৰক ছরো এাত তুলি উজ কৰি। যোলে ঘনে ঘনে সখে বোলা হৰি (ৰি ৷৷ সৰলোরে কোট বোট কৰে হৰি যাৱ। সৰাৱে৷ যন মহা আনন্দ উৎসৱ । কতোক্ষণ ভৈলে কৰি গীতা সখ৭ । হৰিষে কৰন্ত সবে গৃহক গমন । দৈতাৰি ঠাকুৰ। ¢