দ্বিতীয় আধ্য ।
৩৭
ইয়াৰ পিছত দেবীৰ আগত কিয় ছাগ বলি দিব নাপায়,
আৰু দেবী পূজা কিয় কৰিব নাপায়, এই কথা লৈ শৱৰ আৰু
মাধৱৰ বাদ হয় । । শঙ্কৰে নিৰুক্তি যাৰ্গৰ শাস্ত্ৰৰ মাণ অংক ।
মাধৱে প্রবৃত্তি মাৰ্গৰ শাস্ত্ৰৰ প্ৰমাণ উদ্ধাৰ কৰি বাদ কৰি থাকোতে
বেলি তিনি পৰীয়া হলগৈ ।
এনেতে শঙ্কৰদেৱে শ্ৰীমদ্ভাগৱতৰপৰা
“ঘথ তবোমূ ল নিষেচনেন।
তৃপান্তি তৎস্কন্ধ তুজোপশাখাঃ {
প্ৰাণোপহাৰাচ্চ যথেমিয়ানাং ।
তথাচ সকাহ নমুচ্যতেঙ্গ]] |
এই শ্লোকটো মাতিলে । মাধৱে শোকটে গুনা মাত্ৰকতে
কেরল একশ কৃষ্ণদেৱ হে উপাণ্ড বুলি মনত থিৰ কৰি শঙ্কৰ
দেৱক গুৰু মানি সেৱ। কৰিলে । মাধৱে হঠং শঙ্কৰদেৱক সেৱা
কৰিলত শঙ্কৰদেৱে ভাবিলে যে মাধৱে বিদায় লবৰ মনেৰে হে
তেনে কৰিলে। সেই দেখি শঙ্কৰদেৱে তাৰ কাৰণ । সুধিলত
মাধৱদেৱে কলে “বাপ, আহিয়েই প্রথমতে তে:মোৰাক আমি ভুল
বৰলোক বুলি সেৱা পৰিছিলো, এতিয়৷ শুক মানি সেৱা কৰিছে। ।”
স্বৰদেৱে যদিও মাধৱদেৱৰে সৈতে তেওঁৰ মিলন হেৱাৰ আগেয়ে।
ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অনেকক শিষ্য কৰি নমধৰ্ম্ম
প্ৰচাৰ কৰিছিল, তথাপি মাধৱদেৱৰে সৈতে লগ লাগিবৰপৰা সেই
ধৰ্ম্ম প্ৰচাৰব বল অনেক শগুণে বাচিল । মাধৱদৱ, মাধৱদেৱৰ
বৈনাই ৰামদাস, ৰামৰাম গুক, ৰম্ভাকৰ কলি, ব্যাসকলাই বাপু
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩৯
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
