দ্বিতীয় অাধ ।
৩৯
ফালে পাল পাইছিল, হর্ভাগ্যবশতঃ সেই ফালেই হাতী তাগি গল।
এই দোষত শঙ্কৰদেৱকে প্ৰমুখ্য কৰি ভূঞাসকলক ধৰি নিবলৈ
ৰজাৰ আদেশ হল । শকৰদেৱকে আাদি কৰি ভূঞাসকল পলাই
সাৰিল, কিন্তু শঙ্কৰদেৱৰ লোৱ’ য়েক হৰি আৰু মাধৱদেৱ ধৰ।
পৰিল । ৰজাই মাধৱদেৱক লৰা তিৰুতা নথক। উদাদীন দেখি
এবছৰ বন্দী কৰি থৈ এৰি দিলে, মাৰু ইৰি গোৱাইক কটালে
অসম ৰজাৰ এই দৌৰাত্ম্যত ঘুণা প্রকাশ কৰি শঙ্কৰদেৱে
উজনি-আসাম পৰিত্যাগ কৰি জ্ঞাতি কুটুম্ব সকলেৰে সৈতে ভটীয়াই
গুচি গেল। তেওঁ ভটী যাই গৈ ক্ষেত্রি মৌজাৰ কাপালা নামে
ঠাঠত সত্ৰ পাতি ছমাহ আছিল , কিন্তু সেই ঠাইত লগৰীগা অনেক
চকতন জৰ ননীয় । । হৈ মৃত্যু হোৱাত চূণ-পোৰাত সত্ৰ পাতি ৰল ।
গৈ । শঙ্কৰদেৱে চূণপোৰাত ছৰাত থাকি তাত আচল পাই তাৰপৰা
কুমাৰকুচিত সত্ৰ পাতি তাত । এবছৰ খাকি তাতে অনুবিধা পাই
তাৰপৰা পাটবাউসীলৈ গৈ তাত সত্ৰ পাতি আছিল।
ইয়ার পিচত শঙ্কৰদেৱে বিতীর বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ
ছিল ; লগত । মাধৱদেৱকে আদি কৰি ১•o৫ ভকত গৈছিল।
এইবাৰ তেওঁ যাওঁতে কবীৰৰ মঠ দৰ্শন কৰিছিল । জগন্নাথত
চৈত্যদেৱৰে সৈতে তেওঁৰ দেখা হৈ অনেক শাস্বালাপ হৈছিল ।
পুৰীৰপৰা বৃন্দাবনলৈ শঙ্কৰদেৱ যাৰ থোও মাধৱদেৱে নাখাওঁ
বুলি কোৱাত যোৱা নহল । তীৰ্থৰপৰা উভতি আহি শঙ্কৰদেৱে
• হৰি দে রি'tটক কানিষম সরক্ত মাধৱদেৱে এই গওটা গাফ তেওঁক
নাম সোর’ৰাইছিল, —“হুয়ো ভাই সাৱধান । যাৱে মg tট প্রধ।
গোবিন্দৰ কৰমাণ । নিকট মিলাৱে কান। ইতালি ।
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪১
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
