যোড়শ আধ্য ।
বিশেষ সুৱাগৰ পাত্ৰ গোপী । যাক কৃষ্ণই লৈ আনবিলাক গোপীক
এৰি এবাৰ অন্তৰ্ধান হৈ গৈছিল, এনে গোপী এজনাৰ যৎকিঞ্চিত।
অ্যাভাব দেখিবলৈ পোৱা যায় মাথোন। বাধা নামৰ গোপীৰ উল্লেখ
আন আন গোপীৰ লগত এবাৰ মাথোন পোর শম্ব। সেই ৰাধাও
দহৰ লগৰ এভু: ' আৰু বিশেষত্ববস্মিত । অময়াগৰতৰ ৰাধা ৰাই
ৰাধা নস্থয়, । প্রধনা গোপী নহয়।-“অনেক সহঅ গোপীৰূপে
অনুপাম ! হন। তাসম্বাৰ মুখ্য মুখ্য কিছু নাম ॥ , মদনমঞ্জৰী,
ৰত্নমালা। পদ্মাৱতী, কুন্তীকুমুদিনী, চন্দ্রকলা ৷ ৰোহিণী, হৰিণী ,
স্বয়ম্বন্ধী, বিম্বাধৰী। মাধবী, ৰাধিকা, মধুমতী, মন্দোদৰী ৷
ইত্যাদি,- নশম স্বদ্ধ। ইথান । “াৰ্যই স্পষ্টকৈ বুজা যায়, যে
চৈত্যৰ ৰাধা শ্ৰীমদ্ভাগৱতৰ পিছৰ ব্ৰহ্মবৈবৰ্ত পুৰাণৰ ৰাধ ; আৰু
তাৰো অনেক কালৰ পিছব মদেৱ, ব্যিাপতি, চণ্ডীদাস আদি
কবিসকলৰ ৰাধা । ভগৱতী বৈষ্ণৱধৰ্ম্ম । প্ৰচাৰক শ্ৰীশঙ্কৰদেৱৰ
দশম কীৰ্ত্তন আদি কোনো পুথিততেওঁৰ গীত ভটিমা আদি কতো
সেইদেখি ৰাধাৰ নাম নাই, ৰাধাৰ প্ৰেমৰ বিশেষত্ব নাই ; কাৰণ।
তেওঁৰ প্ৰচাৰিত ধৰ্ম্মৰ গুৰি শ্ৰীমদ্ভাগৱত । তেওঁৰ নাট গীত পদ।
ভটিমা চপয় 'আদিত কল্পিী, সত্যভাম আদি কৃষ্ণৰ মহিষীৰ গুণ।
নাম আছে, মুঠতে গোকুলৰ গোপীসকলৰ কৃষ্ণভকতি কৃষ্ণপ্রেমৰ ।
কথা আছে, কিন্তু চৈতন্তৰ ৰাধাৰ প্ৰেম, ৰাধাৰ নাম লাই । মুঠতে
শ্ৰীমদ্ভাগৱতত যি নাই, শস্কনদেৱৰ পুথিত, শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মত
সি নাই। শঙ্কৰ চৈত্যৰ শিষ্য হোৱাহেঁতেন ধর্ণ বিষয়ত তেওঁলোকৰ
ভিতৰত এনে Fundamental difference সৌলিক প্রভেদ ।
হব পাৰিলেহেঁতেন নে ? গোকুলৰ গোপীসকল শঙ্কৰৰ মানত নৃষ্ণৰ।
২০ :
১৪
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২১১
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
