পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২ ৩৮ শঙ্কৰদেৱ । নাম অশ্রধাৰণ বয় ॥ প্রাণ কৃষ্ণ বুলি ধৰি । দৈবে কেহ ডাকে। । ধেয়ে গিয়ে আলিঙ্গন কৰে৷ তাহাকে ॥। চণ্ডীদাসৰ কবিতাত আছে,--ৰাধাই “পুছয়ে কানুব কথা ছল ছল '{াখি। কোথায় দেখিল গ্যাম কহ পেখি সখি ৷” চৈতন্য ভগৱতত আছে,= চৈতরাহ ও “গদগম্বৰে দেখি প্ৰভু কৰয় জিজ্ঞাস । কোথ। হৰি। আছেন "yামল পীতবাস ॥” চণ্ডীদাসে লেখিছে, মাটিত ৰাধাই নগেৰে কৃষ্ণ নাম লেপি সুখী হৈছিল—‘ভসে তোমাৰ নাম । ক্ষিতি তলে । লিখি ॥” “চৈতনু-ভাগৱতত ” আছে—চৈত্যই “ক্ষণে পৃথিবীতে লেথে ত্রিভঙ্গ আকৃতি । চাহিয়' বোদন কৰে। ভাসে সব ক্ষিতি ॥ আমষ্টাগৱতত আছে, গোপীসকলে বাসক্রীড়াৰ মাজতে কুৰঞ্চ হেৰুৱাহ কৃষ্ণ বিৰহত কাতৰ হৈ কৃষ্ণক বিচাৰি বিচাৰি । নেপাই কৃথলীলাৰ শ মুভিনয় কৰিছিল, —‘পুতনাৰ বেশে কতোজনী দেয় স্তন। কতে৷ হুয়া কৃষ্ণশিও শোধয় জীৱন ॥ কতো গোপী থাকে যেন শকত আকাৰে । কৃষ্ণ হুয়া ওভতাৱে । চৰণ-প্ৰহাৰে ॥ কতো গোপী বসে শিশুকৃষ্ণ ৰূপ ধৰি ॥ তৃণাৱৰ্ত। হুয়া কতো । গোপী নেয় হৰি ॥ কৃষ্ণ ছয় । কেহোজনী ফুৰে। আঠু কাচি। কঙ্কালত ঘাঘৰ ঘুগুৰা কৰে সাৰি । ” ইত্যাদি । ( শঙ্কৰদেৱ প্রণীত কাৰ্তন )। কিন্ধ কৃঞ্চবিৰহত । কাতৰ ৰাধিকাৰ ভাবাপর চৈতন্তদেৱে ঘাইকৈ বিন্যাপতি, চণ্ডীদাস, আদি কৱিসকলৰ প্ৰণিত ত্ৰাধিকাৰ অভিনয় হে কৰিছিল, মদ্ভাগৱতৰ গোপীপকলে কৰা কৃঞ্চৰ অভিনয় সিমান নহয়। শ্ৰীমদ্ভাগৱতত বাধিকাৰ নাম একেবাৰেই নাই । । তাত কৃষ্ণৰ এজম । ।