পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ই 2 ০ শঙ্কৰদেৱ । মহাভক্ত, মহাপ্ৰেমিকা ; উদ্ধৱৰ দৰে শঙ্কৰে তেওঁলোকৰ ভৰিৰ ধূলি নিজৰ শিৰত লব, কিন্তু তেওঁলোকে কৃষ্ণৰে সৈতে আৰু কৃষ্ণৰ। বিৰকত কৰা কেলিৰ অভিনয় নকৰে । অকল দিয়েই নহয়, তেওঁ তেওঁৰ দশম কীৰ্ত্তনত কৈছে--"কৈৰ কামাতুৰা অনাচাৰী গোপ নাৰী। কৰিলে অধীন দেখা ঈশ্বৰ মুৰাৰী ॥ ভকতি কৰিলে কৃঞ্চে একে। নবাছও। হেন জানি সংজনে ভজা ভগৱন্ত ॥" “এঞ্চে স্বী। বমচাৰী আৰো ব্যভিচাৰী। তাহাৰো অধীন ভৈল ঈশ্বৰ মুৰাৰি। নাবাছে অজাতি জাতি পাপা পুণ্যৱন্ত । ভকতিসে বত্য কিন্তু প্ৰভু ভগৱন্ত ॥"- দশম । এইয়েই শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মৰে সৈতে চৈতষ্ঠাদেৱৰ প্ৰচাৰিত ধৰ্ম্মৰ ঘাই প্ৰভেদ । চৈত্য প্ৰচাৰিত । ধৰ্ম্মৰে সৈতে শব্দৰ প্ৰচাৰিত ধৰ্ম্মৰ এনে মৌলিক প্রভেদ । থকাতো শঙ্কৰে চৈতথ্যৰ পৰা ধৰ্ম্ম পোৱা বুলি কোৱা কথা । অতি মাচৰিত নহয় নে ? এই বাবেই শঙ্কৰদেৱে তেওঁৰ শেষ বয়সত চৈত্যাৰ প্ৰচাৰিত ধৰ্ম্মৰ বিষয়ে ভালকৈ জানিও আক । মহাপ্ৰভাৱেৰে সি চাৰিউ ফালে প্ৰচাৰিত হোৱা দেখিও তাৰ প্রতি মলপো আস্তুষ্ট নহৈছিল । তেওঁ কবীব, ৰামানন্দ, ৰাপ । সনাতন আদিৰ দ্বাৰাই প্ৰচাৰিত বৈষ্ণৱধৰ্ম্ম কৃষ্ণভক্তি কৃঞ্চপ্রেম আদিৰ প্ৰতি বৰং শ্ৰদ্ধাবান হোৱা দেখা যায়, তথাপি চৈতনাৰ প্রতি নহয় । বৰং অনেক সময়ত তেওঁ বৰপেট। পাটবাউসী। আদি ঠাইত থাকোতে চৈতন্যপন্থীয়া লোকক বা চৈতন্য। পস্থীয়া ধৰ্ম্মত শৰণ লবলৈ যোৱা লোকক সেই পথ একৱাই নিজৰ প্ৰচাৰিত ধর্মমতে শৰণ দিয়া দেখা যায়। চৈত্যৰ প্রতি শঙ্কৰৰ অনুৰাগ নথকাৰ আৰু এট। কাৰণ, চৈতন্যৰ সন্ন্যাস গ্রহণ।