পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শঙ্কৰদেৱ। হৰি ভকতি ॥" "কলিৰ ধৰ্ম্ম হৰিনাম জান । পাপীৰ নিন্দাত। নিদিবা কাণ ॥” ‘নাম বিনে মাহি কলিত গতি । কলিৰ লোক হৈব পাপমতি। অতত্র ধন্তে নাহি অধিকাৰ । জানিবা কলিত । নামেসে সাৰ ॥” “মুথে বোল। স্বাম, হৃদয়ে ধৰা কপ । এতকে মুকুতি পাইবা কহিলোঁ স্বৰূপ চৈতন্তদেৱেও গ্রহন্নবাদীয় পুৰাণে কোৱ। “হবেন ম হলেনায় বেনামৈব কেবলং । কলোঁ নাস্তাব নংস্ত্যেব নাস্ত্যেৰ গতিৰষ্টধা ৷" এই কথাকে প্ৰচাৰ কৰিছিল। । চৈ৪াদেৱে শ্রীমদ্ভাগবতো ই "প্ৰৱণং কীত্তনং বিস্ফেr: স্মৰণ। পাদস বনম্। অচ্চনং বন্দনং দা হৎ সষ্যমাত্মনিবেদনম্। ইতি পুংসঃতি৷ বিধৌ শক্তিশেল্ডন্নবলক্ষণা । ক্ৰিয়তে উগবত্যদ্ধা। তন্মতোইধীতমুত্তমম্ ; ” এই ন বিধ উক্তি বৈষ্ণৱৰ সাৰ কাৰ্য্য বুলি প্ৰচাৰ কৰিছিল । । *স্কৰদেৱে ও —“শ্ৰৱণ, কীৰ্ত্তন, স্মৰণ, বিষ্ণুৰ অচ্চন. পদসেৱন । দাস্ত, সখিৰ, বন্ধন, বিষ্ণুত কৰিব দেহ৷ অর্পণ ॥ নৱ বিধ ভক্তি বিষ্ণুত আচৰে । সোহসে পাঠ উত্তম । এই ন বিধ ভক্তি বৈষ্ণৱৰ সাৰ কাম বুলি প্ৰচাৰ কৰিছিল। দিনে ৰাতিয়ে শঙ্কৰদেৱে সত্ৰ সভা পাতি ভকতসকলেৰে সৈতে হৰিনাম শ্ৰবণ কীৰ্ত্তন কৰি । থকাটো আৰু হৰিমন্দিৰ মানে আদি কাৰ্যা কৰাটো জীৱনৰ প্ৰধান কাম বুলি ভাৰিছিল। চৈতম দেৱেও ‘কৃগ নৃ প্ৰবৰ্ত্তাইবু নাম সংকীৰ্ত্তন। চাৰি ভাব ভক্তি। দিয়া নাচাইথু ভুবন ॥” সংকীৰ্ত্তনত মতলীয়া। কৈ দিনে ৰাতিয়ে চৈ নাচি সঙ্কীৰ্ত্তন কৰি ফুৰিছিল— অতো সত্ৰ সভা পাতি নহয় - আৰু পুৰীত শুণ্ডিচা মন্দিৰ মাৰ্জন কৰিছিল । *াৰ দিন প্ৰভাতে প্ৰভু লইBা নিজগুণ। হস্তে সভাৰে অঙ্গে লৌপল ।