পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষোড়শ আাধন । ১৯৯ চন্দন ॥। শ্রীহন্তে সভাৰে দিল একেক যানী । সবগণ লৈয়া প্ৰভু চলিলা জাপনি । গুণ্ডিচা মন্দিৰে গেলা কৰিতে মার্জন। প্রথমে মার্জনী লএ' কৰিল শোধন।”~-(চৈতনা- চৰিতামৃত")। তেওঁলোক ভযে প্রশ্ন । ত ভাবক প্রাধান্য দিছিল । কি দুইৰে। প্রেমভক্তিভাবৰ পাৰ্থক্য আছিল । চৈত্যদেৱব প্রেমভক্তিভাব গোপীৰ প্ৰেমভস্কি ভাব, ঘাইকৈ ৰাধিকাৰ প্রেমভক্তিভাব । ; শঙ্কৰদেৱৰ মেউক্তিাব কৃষ্ণৰ দাসৰ । প্ৰেম ভক্তিভাব। অধিক ক, চৈত্যাৱতাৰৰ মুখ্য উদ্দেষ্ট ৰাধিকাৰ প্রেমভক্তিভাব প্রকাশ কৰাহে । ‘অষ্টাবিংশ চড়যু গে। দ্বাপৰেৰ শেষ ।। ব্ৰজেৰ সহিেৈন হয় কুঞ্চেৰ প্ৰকাশে । দাস্তা সখ্য বাৎসল্য শুঙ্গাৰ চাৰি ৰস । চাৰি ভাবে ভক্ত ঘত কৃষ্ণ তাৰ। বশ ॥ দাস সপা পিতা মাত! কান্তাগণ লএা । ব্রজে ক্রীড়া কৰে কৃষ্ণ প্ৰেম।বিষ্ট হৈয়া ॥ যথেষ্ট বিহৰি কৃষ্ণ কৰে অস্তদ্ধান । অস্তদ্ধন কৰি মনে কৰে অনুমান । চিৰকাল নাহি কfৰ প্ৰেম- ভক্তিদান। ভক্তি বিনা জগতেৰ নাহি অবস্থান ॥..। যুগধৰ্ম্ম প্ৰবৰ্ত্তাইমু নাম সংকীৰ্ত্তন । চাৰি ভাব ভক্তি দিয়া নাচাইযু ভুবন ॥ আপনি কৰিব ভক্রভাব অঙ্গীকাৰে। । আপনি আচৰি ভক্তি শিখাইমু সবাৰে ॥”– চৈত্য চৰিতামৃত । শঙ্কৰদেৱৰ প্ৰেমতক্তি উদ্ধৱৰ ভক্তি। উদ্ধৱক যেতিয়া ত্রীরুই "বিবহে আকুল । গোপীক জানি । উদ্ধৱক মাতি বুলিল! বাণী । আমাৰ পৰম তুমি ভকত। বায়ো । গোকুলক চৰি ৰথত ৭ বচন-সন্দেশ গোপীক কই । প্ৰবোধ দিবা কতো দিন ৰই ৷" ( কীৰ্ত্তন )। এই বুলি গোকুললৈ পঠিয়ালে, গোকুলত উদ্ধৱে গোপীৰ কৃষ্ণ