পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পঞ্চদশ আধ্য । ১৮৮ যোৱাৰ আগৰেপৰা, আৰু পিছ ৩ তো নিশ্চয়কৈয়ে, সেই পূজাব বিৰোধী আছিল। । পীত, পদ, ভটিমাচপয় অ্যাদি গাই, ঘোল তাল লৈ হৰিনাম কীৰ্ত্তন কৰি বা প্ৰচাৰ কৰিবৰ প্ৰণালী নিশ্চয় তেওঁ বৃন্দব: , মথুৰাউড়িষ্য, বাব।ণদীৰপৰা শিকি আহি আসামত চলছিল । কীৰ্ত্তনত আছে : বেগা বাৰাণসী ঠাৱে ঠাৱে ক‘বৰ গাত শিষ্ট সবে ৱে ॥ •থাপিা গ৷ জ্বাগি ফুটিল তাৰ । (অর্থাৎ শঙ্কৰে ৰচনা কৰা গীত পদ ; • আল কতো অসমীয়া বামুণসকলৰ) হৰি কীৰ্ত্তনক কৰে ধিক । । এ থিানতে এড কপ মন কৰিব লগীধ ঘে ওপৰৰ এত কেধাকি পল্পত বঙ্গদেশৰ নাম নাই । পোল ত'ল বজ্ঞান সংকীৰ্ত্তন কৰ। প্রণালা ও যে বঙ্গদেশে অ ন দেশৰপৰা ধাৰ কৰা সেইটো ও সম্মাবপৰা বুজিব পাৰি। সংস্থত টিপ মাঠিত নাট ক ৰ্ব ভাৱনা কৰা প্ৰণালীৰ ( idea ) ভাবও যে পশ্চিমৰ স্বামলীল আদি ভাৱ পৰা তেওঁ পোৱ৷ সেইটোও বুজিব পাৰি। । বঙ্গাদ৭৩ তেনে ভাৱনাৰ প্ৰণালী যে নাছিল সেইটোও চৈতন্থাৰ ধৰ্ম্মপ্ৰচাৰৰ ইতিহাসৰপৰাই বুন্মিব। পাৰি। । নামঘৰ মণিকূট সাজি সত্ৰ পাতি নাম কীৰ্ত্তন কৰি থাকি ধর প্ৰচাৰ কৰাটো ও তেওঁ পশ্চিমত আক বেহাৰত । আগৰ কালত প্ৰচলিত বৌদ্ধবিহাৰপৰা পোৱাটো অনুমান হয় । চৈত্যই তেনেকৈ সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰা নাছিল। শঙ্কৰ- ঘেৱৰ ধৰ্ম প্ৰচাৰৰ প্ৰণালীৰ এনেবোৰ বিশেষত্বৰপৰ। স্পষ্টকৈ দেখা যায় যে তেওঁ সেই বিষয়ত বঙ্গদেশ আক চৈতনাৰ ওচৰত । সমূলি ধকৱা নাছিল । ৰামৰায়কে আদি কৰি জ্ঞাতি আৰু ভকতসকলৰ অনুৰোধত তেওঁ প্ৰথমতে চিত্নযাত্ৰা ভাৱনা পাতি