পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শঙ্কৰদে । সাত দিন সাত ৰাতি ভাৱন! কৰে । । এই ভাৱনাৰ নিমিত্তে বৈকুণ্ঠ গোলোকধামৰ চিত্ৰপট শঙ্কৰদেৱে নিজ হাতে আঁকিছিল । আসামত খোলৰ ব্যৱহাৰ নাছিল। শঙ্কৰদেৱে কপিলীনৈৰ মুখৰ কুমাৰক মাতি আনি নমুনদেখুৱাই প্ৰথমতে তাৰ হতুৱাই খোল গটালে ; শালমৰা গারৰি মুচীয়াৰ মাতি আনি থোল ছিয়ালৈ ; পোলৰ মিঠা মাত উলিয়াবৰ নিমিত্তে কৰ্কৰা । ভাত আৰু লোৰ গুৰিৰে তাৰ । মুখত কেনেকৈ সুণ দিব লাগে । । সেইটে। দেখুৱাই দিলে; মনিৰাখুটিতাল, বৰতাল, ভোৰতাল। আদি বহুবিধ তাল প্ৰস্তুত কৰালে । ; সভাঘৰ সপাই সাত বৈকুণ্ঠৰ সাতোটা থাক কৰি, অৰ্থাৎ ষ্টেজ” কবি, যাবোৰ কাৰ্য্য আৰম্ভ কৰিলে ; নিজে খোল লৈ বায়ন হৈ ভায়েক বনগঞা শিৰীক গায়ন পাতি সৰ্ব ভয় আৰু কমলিধৰ পৰমানন্দ ক নতুৱা পাতি যাত্ৰা কৰিলে ; স তা. শোভা কৰিবৰ নিমিত্তে মতাচক্ৰবান, ফুলজালি প্রভৃতি নিয়মিত জোখত প্রস্তুত কৰালে । ; প্রথমে ন ধেমালি তাৰ পিছত নট ধেমালি, ৰাগ-ধেমালি, সক-ধেমালি বৰ ধেমালি আদি বাজনা ৰজাই শেহত । ঘোষাধেমালি গই। বজাই বাজনা শেষ কৰিলে । শঙ্কৰদেৱে নিজে বায়ুমণ্ডল ৰাগ। দিছিল। এইবোৰৰপৰা ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে শস্তৰ দেৱৰ প্ৰতিভা কেনে সর্বতোমুণী আছিল। মাধৱদেৱে যে “জয় । গুৰু শৰ সৰ্ব্ব গুণাকৰ” বুলি তেওঁক "গুণমালা” বর্ণনা কৰিছিল, সেইটে। এক তিল মানে। অতিৰজিত নহয় । । এক। শঙ্কৰদেৱেই আসামক কত ৰকমে ঐশ্বৰ্য্যশালী কৰি অলঙ্কত