পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


একাদশ আধ্যা ১৫৫ ভাৰতীয় প্রাদেশিক বৈষ্ণব সাহিত্যত এনে ধৰণৰ কবিতা অতি বিৰল । আন আন ৰস প্রকাশক গাত-কবিতা আ!ন জান সাহিত্যত বহুত আছে । কিন্তু বাৎসল ৰস প্রকাশক এনে ধৰণৰ গীতকবিত। নাই বুলিলেই হয়। । বৈষ্ণব ইতিতাসত মহাৰাষ্টায় ততু তুকাৰামৰ গীতকেতবোৰত বাসাল্য ৰস ফুটি লে'ৱা বুলি ধনা যায় । কিন্তু তেওঁৰ মূল কবিতাবোৰৰ লগত পৰিচয় নপাত সেই বঘ্য ত কেনে। মতামত দিব নোৱাৰি । কিন্তু বাংসল7সতেই বৰগী তবোৰৰ বি, ভাবৰ ওৰ পৰা। নাই। পাৰিপাৰ্থিক । অৱস্থা শ্লোভিষিক্ত হলে সৰু মৰা এটিয়ে নেকৈ মুকলিমনেৰে নানান ধেমাঙি কৰিব পাৰে সেই সকলে বোৰ ধেমালিৰেই ভক্তৰ মনত ল'ল, কৌতুক হিছাপে গীতবোৰ ত ফুটি ওলাইছে। । ঐকৃষ্ণুহ কেতিয়াববা নটবৰ বেশে লগৰীয় শৰণীয়াবোৰৰ মাজত নাচিছে কেতিয়াব; ব! গোৱালনীসকলে শ্ৰীব লৱন্ত মাদি হাতত দি তেওঁক নচুৱাই ইণ্ডি লাভ কৰিছে। ভক কবিয়ে ত্ৰিজগত পতিৰ ৰাখোৱাল ৰপৰ” তুলনা নেপাই কেতিয়াবা তেওঁক গোৱালনীসকলৰ পুঞ্জীভূত প্রেম বুলি কল্পনা কবিছে কানাইৰ ৰূপৰ উপমাৰ কিবা ক্ষেম । একপুঞ্জ হুয়া আছে গোপিনীৰ প্ৰেম ॥ সকল জগতে বোলে কানাই কালীয়া ।

-

কাল নোহে শামকপ ধৰিছে অমিয় ॥ গোপীসকলৰ আলাসৰ লাৰু হলেও বিষ্ঠাপতি চণ্ডীদাস আদি। কবি সকলৰ । পদাবলীৰ দৰে তেওঁলোকৰ লগত শ্ৰীকৃষ্ণৰ অবৈং