পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


একাদশ অধ্যা । ১৪৩ এইবোৰ কাৰণে বৰগীতবোৰৰ ইমান বিস্তৃতি ঘটিছিল বে। মৰুভূমিত উটে পানীৰ গোন্ধ লৈ জলাশয় বিচৰাৰ দৰে তৃষিত মানব সকলেও বৰগীতৰ ধ্বনি প্রতিধ্বনিক লক্ষ্য কৰি গুৰু হুজনৰ ওচৰত উপস্থিত হৈছিল। আটাইবোৰ বৰগীতৰ ৰচনাৰ । কাল আৰু উপলক্ষ্য নিৰ্ধাৰণ কৰিব নোৱাৰি। চৰিতপুথিবোৰত কেতবোৰ হে ৰচনাৰ সময় আক উপলক্ষাৰ কথাৰ উল্লেখ আছে। কিন্ধ গীত বা ব বিতা হিচাপে বৰগীতবোৰৰ সৌন্দর্য্য । এই প্রশ্নটিৰ ওপৰত নিৰ্ভৰ । নকৰে দেখি। সেইটোৰ আলোচনা ইয়াত কৰা মংল। নাট, পং আদিবোৰৰ দৰে বৰগীত বোৰতে ওগ বান কুমাৰ বিশাল পুৰুষ ফুটি ওলাইছে। ঘৰগীতবোৰৰ বেছি ভাগতেই । এফালে কৃষ্ণৰ পৰম পুৰুষত্ব মাক জান ফালে দহজনৰ এজন হৈ মানবী লীলা প্রকাশ—এ দুফলীয়া ব্যক্তিত্বৰ বিকাশ দেখা যায়। ধাতুৰ মুদ্ৰা এটিৰ এফালে ৰজাৰ ছাৰ আৰু আনফালে মুদ্রাটিৰ বেডফেৰিৰ উল্লেখ থকাৰ দৰে, গীতবোৰতো এফালে পৰম পুৰুষৰ মানবী লীলাৰ বকিহৰ ছাব আৰু আনফালে ভক্তৰ ভাযাত সেই ছাৰ খিনিৰ মূলাৰ টক্ষিত আছে। শঙ্কৰদেৱৰ ৰচিত যিবোৰ গীত এতিয়াও আছে, সেই আটাইবোৰেই প্রার্থনা চক । ষামব। জীবন প্রাপ্য অথচ ক্ষণভঙ্গুৰ আক মায়াময়, হৰি ভকতি মোহাচ্ছন্ন সুীৱন সমুদ্রত ধ্রুব তৰা ; এয়ে নানা ভাৱ আৰু ভাষাত শঙ্কৰদেৱৰ গীতবোৰৰ লাধা ৰণ তাৎপর্য্য। মাধৱদেৱৰ ৰচিত গীত কেতৰোতো। এই ভাবৰ পুনক্তি আছে। কিন্তু তেওঁৰ বেছি ভাগ গীততেই শিশুরু ”ৰ বাল্যলীৱনৰ ৰঙ-বেৰঙৰ চিত্ৰ ফুটি ওলাইছে। অান