১৫০
শঙ্কৰদেৱ।
মাহে তেতিয়া শঙ্কৰদেৱে সেই অঞ্চলৰ প্ৰধান প্ৰধান মান্হ
সকলৰ পৰিচয় স্থধিলে। নাৰায়ণ ঠাকুৰে পীতাম্বৰ নামক কবিৰ
পৰিচয় দি ক’লে যে তেওঁ দশমৰ পদ ভাঙিছে। নাৰায়ণ দালে
শব্দৰদেৱৰ আদেশ অনুসাৰে কম্মিণীহৰণ পদ কেইফাকি মাতি
অলীগে । তাৰ ভিতৰত এফাকি আছিল ‘কোম অঙ্গে খুন দেখি।
নাইলা যদুমণি”। কৰ্ষিণ দেবাযে অঞ্চ মহাত পলম হোৱা দেখি
এইদৰে বিলাপ কৰি কান্দিছে। । পদ শুনিষ্ঠেই শঙ্কৰদেৱে নাৰায়ণ
ঠাকুৰক মাক পদ গাবলৈ হাক দি ক’লে--
গৰ্ব পৰ্বতত সিতো উঠিয; আডয।
ধন্য ধৰিবাৰ সিতো যোগ। নোহে লোক ।
পদ ফাকিত পৰম পুৰুষৰ প্ৰেমত উন্মাত্ৰা রশ্মিণা দেীক যি
কধ্যে নায়িকাৰ দৰে চিত্ৰিত কৰা হৈছে দি নিস্কাম-ভক্তি-ধৰ্ম্ম
প্রবর্তক শঙ্কণ দেৱৰ মানত নঃ কামুক তাৰ নিলাজ বর্তৃক্ষাৰ দৰে
প্রতিভাত হ’ল ।
বৰগাত অাৰু পুৰণি সাহিত্যৰ আন আন গীতবোৰৰ পাৰ্থক্য
এয়ে । বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাবৰ ওপ।
ৰত প্ৰতিষ্ঠিত। সেই কাৰণেই সেইবোৰক ‘বৰ’ গীত বোল।।
হয়। ইংৰাজ । কবি হেৰিকে ৪ ( Herrick) কেতবোৰ
আধ্যাত্মিক ভাবৰ কবিত। ৰচনা কৰি সেইবোৰৰ নাম দিছিল
Noble Numbers. আমাৰ সাহি ত্যতো বৰগীতবোৰ Noble
Numbere.
এতিয়া দেখা গ’ল যে পুৰণি সাহিত্যত গীতৰ প্ৰাচুৰ্য
খাস্কিলেও বৰগীতবোৰ ভাব আক ভাষাত আতিশয় বেলেগ ধৰণৰ ।
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫২
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
