পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


একাদশ আধ্য। ১৪৯ মাধৱ কনসি শঙ্কৰদেৱৰ ছপুৰুষ আগৰ কৰি ! তেওঁৰ ৰচিত ৰামায়ণ ছপা হৈ এতিরাও অসমীয়াৰ ঘৰে ঘৰে জিলিকি আছে। কিন্তু শঙ্কৰদেৱৰ সময়ত তেওঁৰ ৰচিত ৰাযায়পে ভক্তিৰসাম্র, ত জনসমাজক তৃপ্তি দিব নোৱাৰি তল পৰি যাবলৈ ধৰিছিল যেন লাগে। কিয়নো অনস্থকমলিয়ে। নব প্ৰচাৰিত । ভক্তি ধক । মুল কৰি ৰামায়ণৰ আকৌ এখন নতুন ভাঙনি উলিয়ায় । কিন্তু শঙ্কৰদেঃ আৰু মাধৱদেৱে উত্তৰ আৰু 'আমি কাও যোগ দি পুৰণি কবিৰ মূল ৰামায়ণক অক্ষত ৰাখি সমস্ত্রোপযোগী কৰি ৰাখিলে। এই বিষয়ে গুক চৰিতত গল্প এটি আছে :- "আক মাধবকলিৰ । কবিতা ৰামায়ণ ঢাকিচুকি গুচাবৰ মন দিলে অনন্তকন্দলিয়ে । তেনে গুৰুজনত ৰি েই স্বৰ্গত শৰণাপন্ন হৈ প্ৰাৰ্থিলে ৰবৰ হেতু। পাচে অক্সনে বোলে, বৰাৰ পো, তোমাৰ মিতাৰ শাস্ত্ৰ কবিতা গুচাব যে খোজে আমি ধৰো গোৰত তুমি হোৱা স্কাগে । তেহে আল উত্তৰা কৰিছে। কপোৰৰ গাৰি দৰে আগ গোৰ সমে ৰল, উপদেশ আচুকূল হ’ল । আগে উপদেশ নাট ৩s’ শুভ’ হে আছিল আধ্যাত। মাধব । কদলিৰ ছপা ৰামায়ণত এতিয়াও শঙ্কৰদেৱ আৰু মাধৱদেৱৰ উত্তৰা আৰু আদি কাও সন্নিবেশিত হৈ আছে। মাধব কন্দলিয়ে এই ছই কাও নিজেও ৰচনা কৰিছিলনে নাই তাৰ প্ৰমাণ নাই কিন্তু পুৰণি ভক্তসকলে যে এই হুই কাণ্ডৰ সন্নিবেশ ভক্তিৰ আচুতুল। বুলি ধৰি লৈছিল সেই বিষয়ত সন্দেহ নাই । ভাটি অঞ্চলৰ পৰা নাৰায়ণ দাসে ( শেহত ধাকুৰ আতা নামে খ্যাত ) যেতিয়া পাটবাউসীলৈ শঙ্কৰদেৱৰ ওচৰত ধৰ্ম ধৰিখলৈ