পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


একাদশ আাধTল। ১।

সাহিত্য আৰু ধৰ্ম্ম । জগতত সেইবোৰে নতুন যুগৰ আগমন চনা কৰিছিল। এফালে লোকৰঞ্জন আক অন ফলে অতর্কিততাবে। আধ্যাত্মিক তাৰ ওখ আদৰ্শ লৈ জনসমাজৰ মন আকর্ষণ-এয়ে । অসমীয়া গীত সাহিত্যত বৰগীতৰ ঐতগাসিক বিশেষত্ব গুৰুচৰিতত উল্লেখ আছে যে গুৰুজন সুঃদিতে বাৰ কুৰি । { ২ ৪ টি ) বৰগীত ৰচনা কৰিছিল। । বৰঢোৰ কক্ষ। গায়ন। নামে এজনে আওৰাবলৈ নিযে । চত মহীয় বন পাৰা বতাহত ঘৰ পোৰাত সেইবোৰ পূৰিলে। “গুৰুজন খেদ কৈ বে’লে, বৰাৰ পো, অনেক । শ্ৰমকৈ গীতথানি কৈলো পুইলে গীত কিছু কৰা । আমি নকৰো" ! ছ বাক্য মনত ধৰি মাধবদেৱে নকৰি এঘাৰটা ( ১৯১টি । বৰ ও ৰচনা কবিলে প্রচলিত। ছপা বৰগীত পুথিত এই সংখ্যাৰ অলপ তাৰতম্য দেখা যায় । কিন্তু মাধবদেৱৰ বাচিত গীতৰ সংখা যে কিয় বোছ ইয়াৰ পৰা বুঝা । ষায। । সকলে কতিীয় আৰু মহাজাতীয় আন্দোলনক সাহিত্যই বতাহে বন-পোৰ। জুইক সহায় কৰাৰ দৰে সহায় কৰে। । সাহিত্যৰ ওপৰত প্ৰতিষ্ঠিত হব নোৱাৰিলে কোনো আন্দোলনেই যুগমীয়াকৈ তিষ্ঠিত নোৱাৰে । আক গীতেই এই জাতীয় আন্দোলনৰ সহায়কাৰী সাহিত্যৰ প্ৰধান অঙ্গ। নাট, পদ আদিতকৈ ও গীতবোৰে শঙ্কৰদেৱৰ বৈষ্ণব আন্দোলনক বিপুলভাৱে সহায় কৰিছিল। । পাখি লগা কাৰৰ দৰে শঙ্কৰ আৰু মাধবদেৱৰ । গীতবোৰ উৰি ফুৰি ধ’তে পৰিছিল ত’তেই নব আধ্যাত্মিক ভাৱৰ গুটি সিচিছিল। চৰিত । পুথিবোৰত বৰগীতে কেনেকৈ প্ৰধান