পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সামৰণি।। —- ললিত বৰ্তমান শোৱা পাটাত। আজি চাৰি বছৰ ধৰি তেওঁৰ গ্ৰহণী বেমাৰ। এই বেমাৰ ক্ৰমে পুৰণি হৈ এতিয়া তেওঁক ক্ৰমশঃ দুৰ্বল কৰি শোৱা পাটীত ঢাল খুৱালে। লীলাৰ নিৰু- দ্দেশে তেওঁৰ মনৰ সুখ তেনেই মাৰ খেদালে। সেই দুখৰ মাজলৈ আকৌ গ্ৰহণী মোৰ আহিছে যেতিয়া তেওঁৰ জীৱনক গ্ৰাস নকৰাকৈ যে নেৰিব, এইটো তেওঁ ভালকৈ অনুমান কৰি লৈছিল। তেওঁ তেওঁৰ জীৱনৰ সকলো আশা ভৰষা আঁতৰ কৰিলে কিন্তু লীলাৰ প্ৰতি যে অপত্য স্নেহ, তাক অৱস্থাত এবাৰ তেওঁৰ হিয়াৰ পুতলি লীলাক দেখা পালে, তেওঁ হাতেৰে স্বৰগ ঢুকি পোৱা যেন পায়। কিন্তু তেওঁৰ ভাগ্যত সেইটো যে ৭ টি, এইটো তেওঁৰ সপোনৰে অগোচৰ। সন্তানৰ ভিতৰত লৰাতকৈ ছোৱালীৰ প্ৰতি মাকৰ মৰম বেছি। তেনে হলত লীলাৰ অবিহনত