পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিশ্ৰভাগৰতী বি,এ, কবিৰত্ন মহাশয়ৰ ওচৰত কৃত- জ্ঞতা পাশত আবদ্ধ থাকিলোঁ। এই সামান্য কিতাপ খনি যে ৰাইজৰ হাতত দিব পৰা গল, তাৰ মূলতে সদাশয় শ্ৰীযুক্ত বংশীবদন গগাস্বামী, শ্ৰীযুক্ত ৰমাকান্ত গোস্বামী, শ্ৰীযুক্ত দেবেন্দ্ৰনাথ শৰ্ম্মা, শ্ৰীযুক্ত অমৃতচন্দ্ৰ শৰ্ম্মা, শ্ৰীযুক্ত লঙ্কেশ্বৰ মিশ্ৰভাগবতী, শ্ৰীযুক্ত জয়চন্দ্ৰ চৌধুৰী প্ৰভৃতিৰ উৎসাহ আৰু অনুগ্ৰহ। এই খিনিতে তেখেতসকললৈও যথাযোগ্য শলাগৰ শৰাই আগ- বঢ়োৱা হ'ল। ইতি কমলা চতুম্পাঠী ৰাইজৰ আশীৰ্বাদ কৈঠালকুছি। ভিখাৰী অশোকাষ্টমী, ১৮৪৬ ) শ্ৰীভবদেব ভাগবতী।