সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৶৹

মিশ্ৰভাগবতী বি,এ, কবিৰত্ন মহাশয়ৰ ওচৰত কৃতজ্ঞতা পাশত আবদ্ধ থাকিলোঁ।

 এই সামান্য কিতাপ খনি যে ৰাইজৰ হাতত দিব পৰা গল, তাৰ মূলতে সদাশয় শ্ৰীযুক্ত বংশীবদন গোস্বামী, শ্ৰীযুক্ত ৰমাকান্ত গোস্বামী, শ্ৰীযুক্ত দেবেন্দ্ৰনাথ শৰ্ম্মা, শ্ৰীযুক্ত অমৃতচন্দ্ৰ শৰ্ম্মা, শ্ৰীযুক্ত লঙ্কেশ্বৰ মিশ্ৰভাগবতী, শ্ৰীযুক্ত জয়চন্দ্ৰ চৌধুৰী প্ৰভৃতিৰ উৎসাহ আৰু অনুগ্ৰহ। এই খিনিতে তেখেতসকললৈও যথাযোগ্য শলাগৰ শৰাই আগবঢ়োৱা হ'ল। ইতি⸺

কমলা চতুষ্পাঠী
কৈঠালকুছি।
অশোকাষ্টমী, ১৮৪৬
ৰাইজৰ আশীৰ্ব্বাদ
ভিখাৰী—
শ্ৰীভবদেব ভাগবতী।
 


— — — —