পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি। দ্বিতীয়াৰ চন্দ্ৰক দেখি তেতেলি বেকা হোৱা অথবা বাওনা হৈ স্বৰগ ঢুকিবলৈ আশা কৰা কথা আৰি যেনে, দক্ষিণা দিগ্বিজয় কৰি পেটক প্ৰবোধ দিয়া আকৌ সংসাৰৰ নানা আওপাকত পৰি ব্ৰাহি ত্ৰাহি পৰি ভাগৰ পৰা আমাৰ নিচিনা দুৰ্ভগীয়াৰ পক্ষেও, এনে কামৰ ওচৰ চাপা কথাটি ফি তেনে। | কিন্তু কৰি বি?—চিন্ন চিত্তৰ প্ৰান্তৰৰ পৰা বৈ অহা দৰাকৰ প্ৰবন সোঁতক বুজনি বান্ধেৰে বাধা দিবলৈ অৰগ হৈ পৰাত এই কিবা খন লিখি পোলোঁ। ৰাৰ লৰালি বুলি অভা- গাক দোষৰ গধুৰ বোজাটি ডাবি নিদি, সদাশয় সকলে যদি সুপথৰ পথিক হবলৈ ভু লগাই দিয়ে, তেন্তে তেখেতসকৰ মৰম-বেথাৰ মাজত থাকিব পাই নিজ নিজ ভাগ্যবান বুf 1 ভাবম। অশেষ পৰিশ্ৰম স্বকাৰ কৰি এই ক্ষুদ্ৰ কিতাপ খনি শুধৰাই দিয়া বাবে মাননীয় শ্ৰীযুক্ত নৰেশ্বৰ