পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাৰ আনন্দৰ মাত্ৰা সিমান সৰহ। এবছৰ ধৰি নেদেখা মামায়েকৰ ঘৰ দেখি, ভায়েক ভণীয়েক- তৰে সৈতে ৰং ধেমালি কৰিব, পেট টনটনীয়াকৈ লাড় পিঠা জেলেপ খাৰ পাৰ এইবোৰ আলচিয়েই তেওঁৰ মনটো ৰ উলহ-মালহ। আজি তেওঁৰ হিয়া বনিনৰ মাজেদি যিখনি আনন্দ নৈ বব লাগিছে, খৰালি খেদে যদি সেই নদীৰ বিমল ধাৰক বিষাদ সূৰুযৰ হতুৱাই আহুকালত নেপে- লাল হেতেন; তেন্তে বিষাদ, কাক বোল তেওঁ তাৰ ভূকেনেপালেহেতেন। বন এলেহুৱা বিধৰ ছোৱালী নহয়। থানাক, পুনুক কৈ খোজ দিব পৰা হোৱাৰ পৰাই তেওঁৰ সভাব চৰিত্ৰ কেমে হব, তাক ভাল দৰে বুজা গৈছি।। কাৰণ যি মূলা, বাঢ়িব তাৰ চিন দুপ তীয়াতেই ধৰিব পাৰি। সৰু-সুৰা লাচনি-পাচনি বৰিব পাৰা হোৱাৰ পৰাই, যেয়ে তেওঁক বি লামলাকটু আনিবলৈ আদেশ কৰে, তেওঁ অতী- লিকে তাক আনি, হাজিৰ কৰি দিয়ে। বচনে