পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ যে জ জ পট পট, হৈ উঠিল, তাৰ কালে এফেৰিও ভঙ্গই নাই। | বাজত কেৱল বাঘ ঘোঙৰ ভীষণ গোজৰণি, শিয়াল শিয়ালীৰ হোৱা, হোৱা, আৰু কাল ডাকিণী (ফাৰ নও, নিও’ শবদ শু। গৈছে। | সৰু সৰু লৰা-ছোৱালীবোৰে সাৰ পাই মাকৰ বুকুতে সেইবোৰ শুনিব পাই; সেই ভাজে কাহ পৰি জীন গ'ল। ইপিনে পাতল টোপনিৰ বুঢ়া- বুঢ়ীবোৰৰ টোপনি ভাঙ্গিলত ঘনাই ঘনাই ৰাম, হৰ” চিন্তিব ধৰিলে। তাৰ উপৰিও অলপ ধতুৱা (কা গাভৰু সকলৰ হিয়া কাননত ভসিংহ প্ৰবেশ কৰাত দেহৰক্ষিণী নিদ্ৰা দেবী পলাই পতং মাৰিলে। | এনে কুক্ষণত সৌ অটব্য অৰণ্যৰ প্ৰান্তৰত এটি সৰল অবলাই আবেগতে হিয়ামূৰ ভুকুৱাই হুহু কৰি কান্দিব লাগিছে। তেওঁ সৰ্কৰুণ স্বৰেৰে অকলে অকলে কব ধৰিছে, “হে পুৰুষ! তোত বিশ্বাস নাই। তুমি নিজ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ প্ৰাণ লবলৈও কুণ্ঠিত নোহোৱা। যিজনে জগতৰ আন সুখ সম্পদক সমূলি ভূলি তোমাতেই মন প্ৰাণ