পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

• 'ন' কু উধিতে ভূষিত কৰিলেও, গুণীৰ মোল বু সদাশয় সক: তেওঁক সদায় বখানে। সিবেৰ যি হওঁক, কমলেশ্বৰৰ বাবেও অনেক বন্যাৰ খৰ আহিছ। কিন্তু বাপেকে অলপ পচি- মীয় স। তাৰ গোন্ধ পোৱা বাবেই নেকি আগতে প্ৰতিজ্ঞা জাল পতি বহিতে, যে তেওঁৰ নুমলীয়া সন্তান কমলৰ বাবে বুৱন-কাটোনত নিপুন হোৱাৰ লগতে ৰূপে গুণ বা ছোৱালী এজণী নিমিলাই নেৰিব। অলপ লিখা-পঢ়া শিকি ক, ম, চিনি পোৱা ছে ৱালী মিলিলে, কথ ই নাই। নীলাৰ ৰ গুণৰ কথা কাণত পৰিত, কামে- শৰে ন'না ভাৰ ছেটিৰে ললিক ভেটিৰলৈ বুলি লীলাহঁতৰ ঘৰত ঢোলে-দগৰে উপস্থিত হলহি। আৰু অহা জেতে বিয়াখনি পাৰি বাবে ললি- এক উদগাই দিলে। লাহে লাহে ললিতৰৰ মন লৰিল। তেওঁ ভাবিলে আনক দিবলগা জনক দিব লাগিৰই দুদিনৰ হে আগ- পাছ। তেনে অৱস্থাত পলম কৰাৰ নো লাভ