পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ২৫]। কিন্তু হায়, কিবা এ টি দুখত লতিৰ মনটো বৰ ৰা। গাওঁৰ মাহ বিলাকো তেওঁৰ এই দুখত দুখী। পাৰিলে কিজানি এই নখ গুছালেই হেঁতেন। কিন্তু ই মাহৰ কাম নহয়। ই ভ- নৰ ইচ্ছা, পূৰ্ব জনমৰ ৰ্ম্মক।। আচল কথা, ললিৰ বেটা শো বুলিবৰ কেও নাই। ৱেল একে;ী ছে ৰালী। লৰা সন্তান পোৱাৰ আশাৰে কত পূজ'-পাল কৰিলে, কত ব্ৰহ্মণক ভোজান বলে, কিমান ভকত সয়া দিলে, কিন্তু একোৰে সুফল নফলিল। ললি! কৰিবা কি? তোমাৰ আমাৰ ইচ্ছ। নহা। সৰ্ব- শক্তি মান পৰমাপিতা ইচ্ছাময়ৰ ইচ্ছা। | যি হওক, দেৱৰ আগম। যে নকৈ অদ- কাৰ তেনেই লস পায়; সংসাৰ নানা দুখৰ আও- বাটেদি আহি, লনিতে যেতিয়া তেওঁৰ ছোৱালী জনীৰ প্ৰসন বদন দেগা পায়গি, তেওঁৰ সকলো দখ-ভাগৰ আতৰে। মনৰ বজাৰ বিৰকতি সকলে। লয় পায়। লগতে হৃদয় সিংহাসন বিমল অবিমিশ্ৰ সুখে অধিকাৰ কৰেহি।