পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


লাবণ্যই এতিয়া সকলো কথা বুজ। হৈছে। খুড়াকৰ ব্যৱহাৰৰ পৰিবৰ্তন হোৱা দেখি তেওঁৰ মনত দুখ লাগিব ধৰিলে। পিতৃ অবিহনে পৃথিবীৰ মহাভাব আকৌ মাতৃ অবিহনে ভোজনৰ ছাৰ খাৰ বগাটি এতিয়াহে তেওঁৰ গাত যে নাই পুৰওৱা যেন পৰে। খ বেজাৰো লাগিৰৰ কথা যি খুড়াক খুড়ীয়েকৰ মৰম (বথাৰ মাজত থাকিব পাই, মাক বাপেকৰ মৰণ দুখকো সমূলি পাহৰি গৈছিল, সেই খুক খুড়ীয়েক এতিয়া তেওঁৰ প্ৰতি নিমৰ- মীয়াল আৰু আওকণীয়া।। | কি ঘোৰ পৰিবৰ্ত্তন। যি এদিন চেনেহ পুখুৰীত সাতুৰি-নাদুৰি জীৱনৰ সোণৰ সময় খিনি অতিবাহিত কৰিলে, সি আচম্বিতে অনাদৰৰ গধুৰ বোজা বুকুত বান্ধি কাল কটাবলগীয়া হলে যে দুখবেজাৰৰ গহন বনত ঢাকৰ দৰে ইনাব-বিনাব লাগে, তাক এসময়ত সুখ সাগৰৰ পাৰত খেলা কৰা মানুহে হঠাৎ কাইটময় খালত পৰি উৱাদিহ নোপোৱা হলেহে সকাই বুজি পাব।