পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সন্তৰামৰৰ গিৰ গিৰকৈ চকুৰ পানী ওলাল। কিন্তু এই বিপদৰ সময়ত ধৈৰ্য্যকে একমাত্ৰ সাৰথি কৰি, সাবটি ধৰি পণ্ডিতৰ শৱটি তুলস ৰ গুৰ- লৈকে আনি উত্তৰ শিথান কৰি থৈ দিলে। তাৰ অলপ পিছতে নানা প্ৰবন্ধেৰে সংজ্ঞাহী বৌয়ে- কৰ সংজ্ঞা পাই নানা ৰকমে বুজাই-বঢ়াই শৱৰ ওচৰত বহুৱাই থলে। ইপিনে নিজে গাওঁলৈ গৈ (মকা গাওঁবুঢ়াক কাবো-কাকুতি কৰি মাতি আনি

  • ৱটিৰ গতি কৰিলে। আকৌ যথাসময়ত প্ৰেত-

কাৰ্য্য সমাপণ কৰি আঁতালে। এদিন দুদিনকৈ মাহৰ শেষ পৰিল। জাকে জাকে বৰষুণ দিব ধৰি। নিৰ্জ্জীৰ প্ৰকৃতিৰ মুখত সজীবতাৰ মিছিকীয়া হাঁহি দেখা গ'। পাতসৰা ঠেঙ্গ-বঙ্গীয়া গছবোৰ নতুন সেউজীয়া পাত আহি গছবোৰক চকুত লগা ধুনীয়া কৰি তুলিলে। দূৰণিৰ নাহৰ গছবোৰ মঠ যেন দেখা হল। নানা তৰহৰ সুগন্ধি ফুলবোৰ ফুলি প্ৰকৃত আইক মলয়া সখিয়েকৰ উদগণিৰ বলত হানি-জুনি সেৰা