সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাটীত বহুৱাই দিলত লাচিতে লাবণ্যৰ গাত হাত বুলাই সন্তৰামক কবলৈ ধৰিলে, “ভাই! পিতৃ হৈ, পিতৃৰ কাম সাধিবৰ সময় নেপালে।। লাবণ্যক, মোৰ প্ৰাণৰ পুতুক, তোমাৰ হাতত অৰ্পণ কৰিলে। মই কেৱল জন্মৰ হেতু, পালনৰ বাবে তুমিহে ইয়াৰ প্ৰকৃত পিতা।” | ইয়াৰ পিছতেই পত্নৰ পিনে চকুপেলাই কব ধৰিলে, “ভাবিছিলোঁ।তোমাৰ যৌবন নাএখনি সংসাৰ নদীৰ প্ৰবল তৰহৰ ওপৰেদি পাৰ ক - বলৈ অভাগাই যথেষ্ট সময় পাব। কিন্তু উপায় কি? সকলে। ভগবানৰ ইচ্ছ। লাবণ্যকে বুকুত বা৷ি ভগবানক ভাবি থাকবা। ঈশৰে তোমাৰ ক ন্যাণ ‘ৰিব। উঃ ৰাম, আৰু নোৱাৰিছোঁ। ভগবান।” ইয়াকে কৈ আৰু একো কব নোৱাৰিলে। অলপ পৰ নিমাতে থ.কিয়ে কামুৰি কাঢ়িলে। | ৰমণী—“মোৰ কল্যাণ! বিধাতা! মোৰ। কল্যাণ কৰিনি! হৰি! হৰি।” এই বুলি হিয়া- মুৰ ভুকুৱাই অচেতন হৈ মাটিত পৰি ৰ'ল।