পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিব ধৰিলে। আমবোৰ ঋতুৰাজৰ অভ্যৰ্থনাৰ যোগ্য হ’ল। সেউজীল পাতৰ আৰৰ পৰা বসন্ত- দূতী কুলীয়ে “কু-উ, কু-উ” কৰি পঞ্চম তান শুনাই বসৰ গা নচুৱাই দিলে। লগতে ৰহৰীয়া আমবোৰ ডেমকতে নপকি খোৱাৰ অনুপযুক্ত হৈ থকা বাবে বেচাৰাহঁতৰ গাত কুপিত ৰায়ৰাস্ত্ৰ নিক্ষেপ কৰি কিছুমান আমক আজীবন খুনী কৰিলে। ৰাকীবোৰে জাতীয় প্ৰেত নিঃস্বাৰ্থ প্ৰেমিক হৈ, “কুলি ৰাই থাকে মানেনকে।” বুলি দৃই প্ৰতিজ্ঞা কৰিলে। ফল-ফুল প্ৰবিণী গছ লতাবোৰে বসন্ত কালাচিত ফল-ফুলবোৰ মোগাৰলৈ যো-যা কৰিব ধৰিলে! সুগন্ধি ফুৰোৰ মনোমোহা গোন্ধ ম- য়াৰ লগত মিলি-জুলি সকলোেৰ আনন্দ ঢালে। | গাওঁ-ভূ বেমাৰবোৰৰ অন্ত পৰিল। মানুহ বিকেও দুখ-শোক পাহৰি আনন্দৰ শুৱলা বাহীটি বজাৰ ধৰিলে।