পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাৰ সেই উদ্যম নাই, তেনে হৰিষও নাই, আছে কেৱল নানা আপদ বিপদৰ মাজেদি গৈও নিজ কব্য বাটৰ বাটৰুৱা হোৱা নামটিহে। | দুপৰীয়া গম’হবোৰে পানী পানী কৰি চট- ফটাই ফু ৰব লগাত পৰিছে। কিছুমান গৰুম'হে প্ৰখৰ ৰ'দৰ কোবত তত, নেপাই দুখ ভাগৰহে গছৰ তলত আশ্ৰয় লৈছে। কেতবোৰ গৰুমহে অকে। দৌৰাদোৰা কৰি কোনোমতে ঘূৰি ঘুৰি এটো। (ঘালা পানী বিচাৰি উলিয়াইছে আৰু অতি হাবিয়াহেৰে সৈতে হুপি খাই তাৰ তৃষ্ণাৰ শান্তি কৰিছে। | বাটৰ বাটৰুৱাৰবাৰে টিকা ফটা ৰ'দৰ কোবত তত, হেৰাই আলিৰ দাতিৰেই গছৰ তলত বহি পৰিল আৰু নানা হা-হুমুনিয়াহ কাঢ়ি হাত মূখৰ ঘাম মৰি ধৰিলে। কোনেও বা অলপ জিৰাই শতাই লৈ লগত যি যা-জলপান আছিল, সেই বোৰৰে ডোক কৰ্মলনিৰ কোৰ অলপ দমালে। কোনো কোনোৱে আকৌ বহুদূৰ বাট থকা বাবে দুখ ভাগৰক কাতি কৰি থৈ মৰে-জীওঁ হৈ খোজ