পৃষ্ঠা:যৌন-তত্ত্ব.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬০ তৰণৰাম ফকন ৰচনাৱলী জীৱাণ, ধ্বংস হয়। বিবাহৰ আদি অৱস্থাত স্ত্ৰী অঙ্গৰ পূৰ্ণতা মোহোৱালৈকে এই দৰব (Quinine péssary) ব্যৱহাৰ কৰাই ভাল। সহবাসৰ পিছত পিছকাৰীৰে সাৱধানে ধূলে অকণো আশঙ্কা নাথাকে। চাবোন ফেনাই লৈ সেই পানীৰে বহুতো গাৱ’লীয়া ফৰাছী তিৰোতাই পৰিষ্কাৰ কৰাব ব্যৱস্থা প্ৰয়োদশ অধ্যায় কৰে, লোণ-পানীৰে ধোৱাৰ ব্যৱস্থাও তাত আছে। সহবাসৰ আগেয়ে এগিলাচ পানীত Boric acid, Hydro-chlorate of Quinine মিহলাই ধাই লব পাৰিলেও ভাল। সহবাসৰ পিছতেই ভালদৰে উঠা বহা কৰিলে বা অলপ জপিয়ালেও গৰ্ভাশঙ্কা বহহুতো পৰিমাণে নিবাৰণ হয়। জীৱন-সঙ্গিনী যিসকল সম্ভ-মহন্ত, ঋষি-মনিয়ে উচ্চ আদৰ্শৰ সাপেক্ষ হৈ সৃষ্টিৰ উদগনি (Sexual urge) জয় কৰিছে বা কৰা উচিত বুলি কয় তেওঁলোকে পুষ্পে-পত্ৰে সংশোভিত বৃক্ষৰ দৰে শ্ৰান্ত পথিকক ছাঁয়া দিব পাৰিব, কিন্তু আশ্ৰমবাসীক, বহুভুক্ষক আৰ জগজনক অমৃত ফলৰ পৰা যে বঞ্চিত কৰিব তাত সন্দেহ নাই। বিভিন্ন বৈদ্যতিক শক্তিসম্পন্ন দটো বস্তু সন্দৰ আৰু, শোভন হব পাৰে, কিন্তু দুয়োটি ক্লিয়াহীন। উভয়ৰ সংযোগত কিন্তু দয়ো বিশেষ শক্তিসম্পন্ন আৰ, জ্যোতিষ্মান হৈ উঠে। সেইদৰে আত্ম-সৃষ্টিৰ প্ৰচেষ্টাত জীৱৰ আত্ম-শক্তি বৰ্দ্ধিত হয় আৰু অন্তৰাত্মা পবিত্ৰ আৰ, শান্ত হয়। জীৱ সৃষ্টিৰ লগে লগে মৰম, চেনেহ, ত্যাগ আদি সত্বগুণে মনষ্যেত্বৰ বিকাশ আৰ, বিস্তাৰ সাধন কৰে। অপ্ৰজ মৈথুনৰ দ্বাৰাই আশানৰপ পৰিতৃপ্তি বা প্ৰজাসৃষ্টি এটাও নহয়। শাস্ত্ৰে সেই দেখিয়েই কৈছে “মতমপ্ৰজমৈথাম”। আদিতে বিঘাট ঘটে আব্ব, কিছুমানে আনন্দৰ আতিশয্যত শৰীৰৰ শক্তি সামৰ্থ্যলৈ নাচাই প্ৰকৃতিৰ নিয়ম লঙ্ঘন কৰি শীঘ্ৰে শ্ৰান্ত, ক্লান্ত আৰ, বোগগ্ৰস্ত হৈ পবে। সবত ব্যাপাৰৰ ন-ন প্ৰকাৰ উদ্ভাৱন কৰোঁতে শক্তিব সীমা অতিক্ৰম কৰি পৰিণামত ক্ষোভ আব, নিবাশাত জীৱন নিয়ায়। পৰিমিত সহযোগত জীৱন আনন্দময় হয়; অতিৰিক্তত যৌৱন আৰু পৰমায় ক্ষয় হয়, জীৱন বিষময় হয়। শৰীব-তত্ত্ব নজনা গতিকে সহবাসব উদ্যোগ পৰ্ব্বতেই বহুতো দুৰ্ঘটনা হোৱা কথা দয়ো পক্ষৰ পৰা শনা যায়। তিৰোতা কেৱল শয্যাশায়িনী বা কামচবিতাৰ্থত খেলাব পাতলি বা ভোগবিলাসব বস্তু নহয়। তেওঁবিলাক আচলতে “পূজাহা গৃহদ্বীপ্তয়ঃ" অৰ্থাৎ পজাৰ যোগ্যা আব, গৃহৰ দ্বীপ্তি স্বৰপা। ধৰ্ম্ম-অৰ্থ-কাম-মোক্ষ এই চতুৰ্বৰ্গ সাধনাব সহায়- সমেধৰ সঙ্গীত সৃষ্টি কৰিবলৈ হলে যেনেকৈ সৰ, তাল, মান স্বৰূপা। ধৰ্ম্ম-অৰ্থ—-কাম-মোক্ষ এই চতুবৰ্গ— সাধনাৰ সহায়- লয় আদি জানিব লাগে আৰু, সেইবিলাকৰ অভিব্যক্তিৰ সাধনা কাৰিণী, প্ৰজাসৃষ্টিৰ আৰ, প্ৰজাপালনব অধিষ্ঠাত্ৰী দেবী। বাই- কৰিব লাগিব, সেই দৰে দাম্পত্য জীৱনৰ পৰ্ণপৰিতৃপ্তি ভনীৰ প্ৰীতি, মাতৃব স্নেহ, ৰমণীৰ প্ৰেম মনুষ্যত্ব বিকাশৰ প্ৰধান পাবলৈ হলে ৰতিৰঙ্গ প্ৰকাৰভেদো জানিব লাগিব আব; তাৰ উপাদান। সেই শক্তিম্বৰূপা জগমোহিনী ৰমণীক শিক্ষাশ,না নীতি-নিয়ম ৰক্ষা কৰি বিধি-নিষেধ মানি চলিব লাগিব। মঠুতে কৰি গৃহাভাৰত অৱদ্ধ কৰি পৰিচাবিকা বা কাম-বিলাসিনী . কাম-পিশাচৰ কৃতদাস নহৈ মধ্যসহচৰ ৰতিপতিৰ পাৰ্শচৰ হব ` কৰি ৰখা পাপতেই আজি আমাৰ দেশৰ এনে দন্দেশা। যেতিয়া- লাগিব। সথ-সন্তোষৰ আশা লৈয়েই মানুহে বিয়া কৰায়; সং-সন্তান উৎপাদন কৰা বা ধৰ্ম্মে-কৰ্ম্মে স্বীক জীৱনৰ সহচৰী কৰি বিপল আনন্দ উপভোগ কৰা জীৱনৰ মোক্ষ উদ্দেশ্য বদলি ধৰে। কিন্তু কেইজনে সেই ৰতিবঙ্গ লালসাৰ তৃপ্তি দীৰ্ঘ- কাল উপভোগ কৰিব পাৰে? কিছুমানৰ বিবাহিত জীৱনৰ লৈকে লাঞ্ছিতা মাতৃজাতিৰ অপমান দূৰ কৰিব পৰা নাযায়, যেতিয়ালৈকে অনূচবী শ্ৰীক সহচৰী কৰা নহব, বিতশ্ৰদ্ধা কামপত্নীক যেতিয়ালৈকে পৰম-শ্ৰদ্ধাপদা সহধৰ্মিণী কৰি লোৱা নহব তেতিয়ালৈকে আমাৰ উদ্ধাৰ নাই, নিজে শিক্ষা লাভ কৰি তেওঁলোকক উপযুক্ত শিক্ষা দিয়াই মক্তিব একমাত্ৰ পন্থা।