পৃষ্ঠা:যৌন-তত্ত্ব.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যৌন-তত্ত্ব ডালৰ মূখ-নলী ভিতৰলৈ দি তাত থকা কল (Stop-cock) মেলি দিলে পানী ভিতৰলৈ গৈ ধই-পখালি আনিব। এই- বিলাক ধোৱা-পখলাত অসুবিধা পাই বহহুতে পৰিসমাপ্তি হবৰ অনতিপৰ্শ্বেই সঙ্গ ৰহিত কৰি বাজত পৰিতৃপ্তি কৰায়। এই প্ৰথা ফৰাচী দেশত বিশেষ প্ৰচলিত। পূৰবীৰ্য্য স্বীৰ শৰীৰত প্ৰবেশ নকৰিলে তাৰ গুণ নাপায়। তদুপৰি পৰ্ষত ৰেত স্খলন হোৱা অনূভৱ নকৰিলে তিৰোতাৰ নহয় বদলি কয় আৰ, তাৰ পৰা তিৰোতাৰ অপকাৰ হোৱা বুলি কয়। স্খলনব সময়ত হঠাতে সংযোগ বহিত হলে স্নায়বিক দুৰ্ভূলতা ঘটে বুলি কয় আৰ, সময়ত উত্তেজনাৰ আধিক্যত সংযোগ ৰহিত হোৱাৰ পূৰ্ব্বেই পৰিতৃপ্তি ঘটে ইত্যাদি কাৰণে ইয়ো তিমান নিশ্চিত আৰ, উপযোগী উপায় নহয়। ৫৯ পোৱা যাক। জন্ম-নিৰোধ উপায় আৰু ইয়াৰ সম্ভাৰৰ আবিৰ্ভাৱত আব্দ আবিষ্কাৰত সামাজিক পাপ-পণ্য, সম্মান-অসম্মান, পবিতা অপবিত্ৰতা, আত্মমৰ্যাদা আদি গুণাগণৰ ভাৱ মান্নূহৰ মনৰ পৰা, সমাজৰ পৰা লোপ পাব, এনে ভবা উচিত নহব। মনে মনে পাপ আচৰি থকা দগৰাকী এগৰাকী নিহ- তিৰোতাই ইয়াৰ সবিধা লব্ধ, ইমানেই। অসংযমী আৰু, অজ্ঞানী লোকৰ অহিত হব ভাবিয়েই এই উপায়ৰ প্ৰশ্ৰয় দিয়া অযগত হব বুলিলে সত্যৰ প্ৰতি অশ্ৰদ্ধা প্ৰকাশ কৰা হয়। জন্ম-নিৰোধৰ ব্যৱস্থা জনা আৰু, লোৱা দেশত আজিও সংযমৰ বাট বন্ধ হোৱা নাই, কিন্তু নজনা ঠাইত জন্মাভিশপ্ত জাজ সন্তান আজিও জন্মিছে; ভ্ৰুণহত্যা, শিশু হত্যা আজিও হৈছে। আন নহলেও জন্ম-নিৰোধ জ্ঞানৰ বিস্তাৰৰ ফলত ইয়াৰ সংখ্যা বহহুতো কমিব বদলি আশা কৰা যায়। আমাৰ মতে ইয়াব জ্ঞান-বিস্তাবত সমাজত নিহ-তিৰোতাৰ আত্ম-সম্মানৰ জ্ঞান বাঢ়িব; সামাজিক আৰু, পাৰিবাৰিক দায়িত্বৰ দুয়ো মোল বাজিব; দয়ো দুয়োকো ভবিষ্যত সমাজৰ সৃষ্টিকৰ্ত্তা বদলি প্ৰশস্ত আৰু, সনিশ্চিত উপায় হৈছে ৰবৰৰ লিঙ্গাবৰণ পিন্ধি সহবাস কৰা। এই আবৰণক ইংৰাজীত ফ্ৰেণ্ড লেদাৰ (French Leather) বোলে৷ ইয়াক দৰবৰ দোকানত পোৱা যায়। বিবেচনা কৰিব; সন্তানৰ জন্মগত দোষৰ বাবে পিতৃ-মাতৃৰ ই অতিশয় পাতল অথচ টান। পাতল গতিকে স্পৰ্শ-অনভূতিৰ দায়িত্ব স্বীকাৰ কৰি লবলৈ বাধ্য হব, ইয়াৰ ফলত দ্ৰণহত্যা কমিব, সদস্থ সৱল সন্তান জন্মোৱাৰ সম্ভাৱনা সৰহ হব, পাৰি বাৰিক অসুখে অশান্তি কমিব। যৌন মিলনব উশৃঙ্খলতাৰ আশঙ্কাত অজ্ঞানতা মহাপাতকৰ বাট মুকলি কবি থোৱা উচিত নহব। জ্ঞানত প্ৰলোভন বাঢ়িব, এই আশঙ্কাতে জ্ঞানৰ পথ বন্ধ কৰা অবিধি হব। ইচ্ছামতে গৰ্ভ-নিবোধ কৰাৰ কেইটামান উপায় দিয়া হল। বিশেষ হ্ৰাস নহয় আৰ, টান গতিকে ঘৰ্ষণত সহজে ফাটি নাযায়; অধিকন্তু বীৰ্য্য তাতে ৰৈ যোৱাৰ গতিকে গভম্ব হোৱাৰ সম্ভাৱনা অলপো নাথাকে। তিৰোতাৰ বা মনিহৰ ৰোগ থাকিলে অঙ্গস্পৰ্শ— নক’ৰা গতিকে কাৰো ৰোগে কাকো নাপায়। স্পৰ্শানদভূতি কমাৰ আশঙ্কাত কিছুমানে ইয়াক ব্যৱহাৰ নকৰি তিৰোতাই ব্যৱহাৰ কৰা বস্তু ব্যৱহাৰ কৰে। ৰজোদৰ্শনৰ এসপ্তাহ আগেয়ে আব্দ, পোন্ধৰ দিন পিছত সহবাস কৰিলে সন্তান জন্মাৰ সম্ভাৱনা কম হয়, কিন্তু ইয়াব ব্যতিক্ৰম হোৱাও দেখা যায়; গতিকেই এই উপায় নিশ্চিত বুলি ধৰি লোৱা উচিত নহব। থিয় দি বা বীৰ্য উদ্ধৰ্গামী হব নোৱাৰাকৈ সহবাস কৰিলে গৰ্ভ হোৱাৰ সম্ভাৱনা কমে বুলি ডান্তৰি পখিত পোৱা যায়। সহবাসৰ পিছতেই চেচাঁ পানীৰে পিচকাৰীৰ সহায়েৰে যোনি পৰিষ্কাৰ কৰিলে বীৰ্য্য গৰ্ভস্থ ইংৰাজীতে ইয়াক (pessarry ) পেচেৰি বা (Rubber womb cap) বোলে। অলপ চেষ্টা কৰিলেই তিৰোতাই নিজে সহজে ব্যৱহাৰ কৰিব পাৰিব। বহি বা শহুই দুটো আঙুলিৰে চেপা মাৰি ধৰি ভিতৰলৈ সমাই বহুৱাই দিলেই হল। নিতান্ত নোৱাৰিলে বা আশঙ্কা কৰিলে ডাক্তৰণীৰ এদিন সহায় ললেই ইয়াত দখে পোৱাৰ কোনো ভালদৰে বাজি লব পাৰিব। আশঙ্কা নাই আৰু, সহবাসৰ আগেয়ে আৰ পিছতো সৰহ পৰ লৈ থাকিলে একো অনিষ্ট আশঙ্কা নঘটে, পাচেপৰেও সুবিধামতে উলিয়াই ধ;ই থৈ আকৌ ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ উপৰিও নিশ্চয়তাক অতিনিশ্চয় কৰিব খুজিলে Suppositories বা Quinine pessary ব্যৱহাৰ কৰা ভাল হব। এই দৰব পানী খোৱা সাজটো ওপৰত আৰি থৈ মাটিত বহি ৰবৰৰ নলী ব্যৱহাৰ কৰিলে অলপ পৰতে গলি যায় আৰ, তাৰ সংযোগত হোৱাৰ সম্ভাৱনা নাথাকে। যোনি-পিচকাৰি (Douche) দৰনৰ দোকানত পোৱা যায়।