পৃষ্ঠা:যৌন-তত্ত্ব.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যৌন-তত্ত্ব সামৰণি স্ফী-শিক্ষাৰ আদিতে তিৰোতাৰ লাজ আৰু সম্ভ্ৰমৰ উত্তেজনাশূন্য হৈও নানা বিধৰ কেলি-কৌতূহলৰ দ্বাৰাই অৰ্থ- আৱশ্যকতা বিষয়ে বিশেষকৈ কোৱা হয়। শাশ্বতো আছে দাতাক মোহিত কৰে; কিন্তু স্বামীগতপ্ৰাণা ঘৈণীয়ে আবেগ- “শীলেন প্ৰমদা”। সেই কাৰণে বিয়াৰ পিছত স্ফীয়ে স্বামীৰ পূৰ্ণ হিয়া লৈও অলপ লাজৰ কাৰণে, অলপ সঙ্কোচৰ কাৰণে, তুষ্টি সাধনত বাজে কাম বিষয়ে নিজৰ ইচ্ছা প্ৰকাশ কৰা নিতান্ত আত্ম-প্ৰকাশ কৰিব নোৱাৰাৰ গতিকে হামীৰ মনতুষ্টি সাধিব নিৰ্লজ্জতাৰ কথা বলি ভাবে। ইচ্ছাই অনিচ্ছাই স্বামীৰ ইচ্ছা- নোৱাৰে। দোষ কেৱল এক পক্ষৰ বদলিলে সচা কোৱা নহব। মতে সহবাসত সন্মতি দিবই লাগিব; ই অতি হৃদয়হীনতাব কাৰো দোষ নহলেও দয়ো দুয়োকে বজাৰ ভুলত, ভালকৈ কাৰ্য্য। পশুবে সহবাস বৃত্তি সাধাৰণতঃ সপ্ত থাকে। কালে কালে বুজিবৰ চেষ্টাব অভাৱত দুটি মধ্যময় জীৱন লাহে লাহে নিৰা- সেই বৃত্তি জাগৰিত হয়। তথাপিও পশ্চৰ ভিতবতো পূৰ্ধ্ব-শাত জ’য় পৰি যায়। দোষ ধৰিবলৈ বিশেষ একো নাই, খ,জি- ৰাগৰ (courting বা wooing ) আভাস পোৱা যায়। পাব, কপৌ আদি চৰাইৰ মিলন যি লক্ষ্য কৰিছে, হাতী, বাঘ আদি জন্তুৰ সহবাস দেখাৰ যাব সংযোগ ঘটিছে, তেওঁলোকে এই কথাব সত্যতা নিশ্চয় উপলব্ধি কৰিব; কিন্তু জীৱশ্ৰেষ্ঠ শিক্ষিত মন,ষ্যৰ সহবাসৰ কালাকাল নাই, সময় অসময় নাই। দৰ্শন, স্পৰ্শন, স্মৰণ আদি নানা কাৰণে হঠাতে কাম ভাৱ ওপজে আব; সেই ভাৱ পাৰিলে তেতিয়াই চৰিতাৰ্থ কৰিবলৈ বিচাৰে, কিন্তু কাৰ্য্য-কাৰণৰ সমাৱেশত শ্ৰীৰ ঠিক সেই সময়ত সেইভাৱ নহবও পাৰে। পষে নিজ আধিপত্যৰ আত্মশ্লাঘাত অনিচ্ছক তিৰো- তাৰে সহবাস কৰা কথা বিৰল নহয়। ইয়াকে স্বীবলাৎকাৰ ( rape on wife) বদলিব পাৰি। এইদবে স্বামীৰ দাবী মঞ্জব কৰি পৰৰ ইচ্ছাৰ বশবৰ্ত্তী হৈ চলোতে নিজৰ সঙ্গমেচ্ছা পবি- পষ্ট বা প্ৰকাশিত হবৰ সংযোগ নাপায়। অনিচ্ছা সত্ত্বেও সন্মতি দি নিৰ্জ্জীৱ হৈ পৰি থাকি স্বামীৰ ইন্দ্ৰিয় চৰিতাৰ্থত সহায় মাত্ৰ কৰে। সৰহ দিন বিয়া হোৱা ঘৈণীৰো সহবাসত এই উদাসীন ভাব থকা শুনা যায়। এই বিষয়ে দোষ কোন পক্ষব তাক ভাবি চাই শধৰাবৰ চেষ্টা কোনো পক্ষে নকবে। বলৈ দিবলৈ একো নাই, তথাপিও কিবা যেন দিয়া নাই কিবা যেন পোৱা নাই এই ভাবেই জীৱনৰ উজ্জ্বলতা হবণ কৰি নিয়ে। অকণমান ভুল, এধানমান ভ্ৰান্তি, এখদমান উদাসীনতা, এচি- কুটমান অৱহেলাৰ কাৰণে কাম-কলা কুশলা কামোগ্লাদিনী কন্দপদপাপহা স্বামী চিত্ত বিভ্ৰান্তকাবিণী প্ৰিয়তমা প্ৰণয়িণী হৈ কেৱল বন্ধন-পৰিবেশননিপণা, গৃহ-পৰিচালনবতা, ভৃত্য- নিসদেনা, পৰিজনসমাদ তা গৃহিণী হৈ মন্থৰ গতিত আগ্ৰহ- শূন্য দীৰ্ঘ জীৱন অতিবাহিত কৰে। কিন্তু বসন্তব মধৰ সমাগমত কলিয়া ভোমোবাব সমৰ গুঞ্জন গতিত, কুলিব মৌসনা মাতত, মলয়াৰ শীতল পবশত যেনেকৈ পাতৰ হুকুত লকাই থকা কোমল কলিটি ধীৰে ফলি উঠি অন্তৰৰ গোটেই সৌন্দৰ্য্য, গোটেই সংগন্ধ, গোটেই মধ, উপৰাচি বিলাই দিয়ে, সেইদৰে লাজত জ’য় পৰা, পৰশত পমি যোৱা, অজান ভয়ত বহুকুক'পা কওঁ-কওঁ বুলি কব নোৱাবা আজলী সঙ্গিনীটিক চেনেহ পৰশত বিকশিত কৰি তুলিব লাগিব; প্ৰীতি আব প্ৰেমপৰ্ণ শৱলা মাতেৰে মুগ্ধ কৰি সাদৰ সম্ভাষণেৰে মোহিত কৰি, ধীৰে লাজ আৱৰণ আঁতৰাই বহুকুত সাৱটি ললে ৰমণীব অন্তৰৰ অনন্ত সৌন্দৰ্য্য উদ্ভাসিত হৈ জগতক দীপ্তিমত কৰিব। প্ৰণয় আলিঙ্গনৰ প্ৰেমাস্পৰ্শত অন্তৰ্নিহিত অক্ষয় অমৃতধাৰা উচ্ছাসিত আৰ, প্ৰবাহিত কৰি দেহ-মন-প্ৰাণ শীতল কৰি দিব; তেতিয়া দম্পতি জীৱন সাৰ্থক হব; সংগাৰ অক্ষয় আনন্দৰ আধাৰ হব; পৃথিবীত স্বৰ্গ ৰাজ্য স্থাপিত হব। অলপ প্ৰশ্ৰয় দিয়া হলে, নিজ ইচ্ছা অলপ দমন কৰি স্ত্ৰী- বৃত্তি ধীৰে জগাই তুলিবলৈ অলপো চেষ্টা কৰা হলে সেই ঘৈণীয়েই কান্তাকুচকুম্ভধাহ,লতিকাহিল্লোললীলা সংখৰ উত্তাল তৰঙ্গ তুলি উটুৱাই বৰাই প্ৰেমিক স্বামীক পৰিশ্ৰান্ত কৰি দিব পাৰিলেহেতেন। নিজৰ ঘৈণীক ভাল পোৱা স্বামীয়েও বাৰাষ্পনা ভজা দেখা যায়। তাৰ কাৰণ অৰ্থকামী বাববনিতাই ৬১