পৃষ্ঠা:যৌন-তত্ত্ব.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

et তৰণৰাম আৰু সংসাৰ-যাত্ৰাৰ পক্ষে নিতান্ত অযোগ্য হব তাতো কাৰো সন্দেহ থকাৰ কাৰণ নাই। গতিকেই বাপেক-মাকৰ দৰাৰোগ্য ৰোগ থাকিলে যে জন্ম-নিৰোধ কৰা উচিত হব তাক বোধহয় প্ৰায়ে মানি লব। কিছমান তিৰোতাৰ শৰীৰৰ গঠন এনেদবৰ যে প্ৰসবৰ যোগ্যতা তেওঁবিলাকৰ নাথাকে; সন্তান নষ্ট কবি বাহিৰ নকৰিলে প্ৰাণ-হানিৰ বিশেষ আশঙ্কা হয়। তেনে স্থলত জন্মৰোধেই প্ৰাণ ৰক্ষাৰ একমাত্ৰ উপায়। কোনো কোনো তিৰোতাৰ বছৰে বছৰে সন্তান হয়। এনে ঘনাই সন্তান হলে তিৰোতাৰ স্বাস্থ্য হানি হোৱা নিশ্চিত আব; সন্তান সৰহ হোৱাত লৰা-ছোৱালীয়ে আৱশ্যকীয় ষত্ন নাপায় দাৰিদ্ৰাৰ হে'চাত প্ৰাণান্ত হোৱা লোকে ভাৰ্য্যাৰ সাহচৰ্য্যত জীৱনৰ নিৰ্বানন্দ কিছু পৰিমাণে পাহৰি থকা সম্ভৱ হয়, কিন্তু সন্তানৰ সংখ্যা সবহ হলে সেইকণি সখ পোৱাৰো বাট মৰে অতি দৰিদ্ৰলোকৰ কথা বাদ দিও কম দৰ্ম্মহা পোৱা কেৰাণী শিক্ষক আদি কোনো প্ৰকাৰে ভদ্ৰতা ৰক্ষা কৰি চলা লোকৰ পক্ষে এই বিচাৰ খাটিব। বংশ বৃদ্ধিৰ লগে লগে আৰ্থিক অৱস্থাৰ গৰ্ভ-নিৰোধ পাপ বদলি মনা লোকৰ সংখ্যা নিচেই কম বদলি আমি ভাবোঁ; কিন্তু গৰ্ভপাত মহাপাতক আৰ, পৰম অহিতকৰ ইয়াক প্ৰায়লোকেই মানি লব; আৰ, সেই কাৰণেই উন্নতি নোহোৱাৰ গতিকে অন্ন সমস্যা বাঢ়ি যায়; সন্তান শিক্ষা- আজি সেই কাৰ্য্য আইনতঃ দণ্ডনীয়। নিজৰ সুবিধাৰ কাৰণে শ,ন্য আৰ, চৰিত্ৰহীন হয়, ফলত দাম্পত্য জীৱন ঘোৰ অশান্তিৰে ভৰপূৰ হয়। এইবিলাক কথা ভাবি-চিন্তি সন্তান জন্মাৰ ভয়তে বহতো তিৰোতাই সহবাসত সন্মতি দিবলৈ আগ নাবাঢ়ে, স্বামীৰ ইচ্ছা আব্দ, অননুৰোধ সত্ত্বেও সময়ত প্ৰত্যাখ্যান কৰি- পৰিণামত প্ৰণয়-কলহ উপস্থিত হৈ শেষত বিবক্তিৰ ভাৱ স্থায়ী হৈ জীৱন দঃখময় হয়। বলৈ বাধ্য ইচ্ছামতে জন্ম-নিৰোধ কৰিব পাৰিলে বহঁতো মধ্যবিত্ত লোকে দুটি-এটি লৰা-ছোৱালী লৈ সদখে-সন্তোষে সংসাৰ নিয়াব পাৰিলেহে'তেন। আজি জন্ম-নিৰোধ জ্ঞানৰ অভাৱত বহ, পৰিবাৰ দন্দশাগ্ৰস্ত আৰ, অশান্তিৰ বাহ হৈছে, সেই- কাৰণেই ভ্ৰুণ হত্যা, শিশল্প হত্যা আদি মহাপাতক বাঢ়ি গৈছে। গতিকেই দাম্পত্য জীৱনৰ সখ পাবৰ বাঞ্ছা কৰিলে আৰু সমাজ উন্নত আৰু দৃঢ় কৰিবৰ সঙ্কল্প মনত থাকিলে সংস্থ আৰ সৱল প্ৰজা সৃষ্টিৰ উপায় কৰিব লাগিব; আৰ, তাৰ অৰ্থে´ জন্ম- নিৰোধ জ্ঞানৰ প্ৰচাৰ কৰিবই লাগিব। ফকন ৰচনাৱলী জন্ম-নিৰোধৰ বিৰুদ্ধে কেইবাটাও যুক্তি আগ বঢ়ায়। প্ৰথম যুক্তি হৈছে এই কথা অস্বাভাৱিক। প্ৰকৃতিৰ বিৰুদ্ধে যুদ্ধ কৰা মনয্যেবৃত্তিৰ এটি স্বাভাৱিক গতি বদলি ধৰি লব পাৰি। বহুতো স্বাভাৱিক মনোবৃত্তি দমনৰ নামেই সংযম, অথচ সংযম স্বাভা- ৱিক আৰ, শ্ৰেষ্ঠ মনোবৃত্তি। সমাজক দৃঢ় কৰিব খুজিলে পাৰিবাৰিক সখে-শান্তি সমূলি বিনষ্ট কৰিত্ব নখে,জিলে জন্ম- নিবোধৰ ব্যৱস্থা সাদৰে গ্ৰহণ কৰাত বাজে আন উপায় দেখা নাযায়। কেৱল ব্ৰহ্মচৰ্য্যৰ বাৰাই জন্ম-নিৰোধ কৰা সম্ভৱ বুলি আজিৰ দিনত মানি লোৱা টান হব। গৰ্ভ-নিৰোধ বা নষ্ট কৰাৰ মনেৰে বহহুতো তিৰোতাই গাৱ'লীয়া ঔষধ ব্যৱহাৰ কৰা কথা শুনা যায়। তাৰ ফলত স্বাস্থ্য ভঙ্গ আৰ, উৎকট ব্যাধিৰ সৃষ্টি হোৱা দেখা আৰু, শনা গৰ্ভপাত কৰাতকৈ গৰ্ভ-নিৰোধ কৰা যে বহু,তো গণে ভাল তাক মানি লবই লাগিব। যায়। জন্ম-নিৰোধ কৰিলে জন-সংখ্যা কমি যাব বদলিও এটা যুক্তিব উত্থাপন কৰে। কিন্তু সেই যক্তিৰ মূলত সত্যৰ ভাগ নিচেই, কম। কাৰণ যিখিনি অধিক প্ৰজা সৃষ্টি হব তাৰ সৰহভাগেই পৰিবাৰব আৰ, সমাজৰ অযোগ্য হোৱাৰেই সম্ভাৱনা সবহ, গতিকেই এই শিক্ষাশূন্য ৰোগগ্ৰস্ত অযোগ্য সন্তানে সমাজৰ অন্ন ধ্বংস কৰি ব্যাধি বিস্তাৰ কৰি, নিজৰ আৰ, পৰৰ অশান্তিব কাবণ হৈ সমাজৰ উন্নতিৰ বাট ভেটি ধৰাত বাজে আন একো উপকাৰত নাহে। সংস্থ, সৱল আৰ, সন্দৰ সন্তান জন্মোৱাৰ সকলো সমল গোটাই লব লাগিব; তাকে কৰিব নোৱাৰিলে বন্ধ্যা হোৱা বা কৰোৱাও ভাল। জন্ম-নিৰোধৰ বিৰূদ্ধে সবাতকৈ ডাঙৰ অভিযোগ হৈছে যে এই প্ৰথাৰ প্ৰচলনৰ (জ্ঞানৰ) লগে লগে যৌন-মিলনৰ উশ- খলতা বাঢ়িব। আজি সন্তান ধাৰণৰ ভয়ত যিসকল মনিং- তিৰোতাই সংযত হৈ চলিছে সেইসকলে এনে এটা উপায় সহজে পালে সংযমৰ বান্ধোন দলিয়াই পেলাব। এই অভিযোগত কিছু পৰিমাণে যে সত্য আছে তাক নই কৰিব নোৱাৰি, কিন্তু ভালদৰে গমি চালে ইয়াৰ মূলতো প্ৰকৃত সত্যৰ পৰিমাণ কমেই