পৃষ্ঠা:যৌন-তত্ত্ব.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4 যৌন-তত্ত্ব বিশেষ আৱশ্যকতা নাথাকিবও পাৰে, কিন্তু সাধাৰণতে আজি- কালিৰ তিৰোতাৰ স্বাস্থালৈ চাই আৰ, জনসাধাৰণৰ ভয়ঙ্কৰ আৰ্থিক দৰৱস্থালৈ চাই সৰহ ল'ৰা-ছোৱালী জন্ম দিয়া মহাপাপ বুলি কব পাৰি। 89 ক্ষেত্ৰত আদালতৰ যোগে অত্যাচাৰো সহিবলগীয়া হৈছিল। আজি কিন্তু সেই বিষয়ে জগতৰ চিন্তা ধাৰাৰ পৰিবৰ্তন 'হোৱা দেখা যায় আৰ, সকলো মান্দহে যাতে সহজে স্বাস্থ্যৰ হানি নোহোৱাকৈ আৱশ্যক অনূসবি জন্মনিৰোধ কৰিব পাৰে তাৰ দিহা কৰিবলৈ চেষ্টা কৰিলে। প্ৰশ্ন হব পাৰে যে ইমান দিনে জনম-মৰণ ঈশ্বৰৰ ইচ্ছা বলি মানি লৈ বছৰে বছৰে সন্তান প্ৰকৃতিৰ বিৰূদ্ধে এনে যুদ্ধ ঘোষণা কৰিবলৈ ওলাইছে? আৰু, নিৰোধ কৰা মহাপাপ। কিছুমান লোকে আজিও দৰাচলতে বিশ্বাস কৰে যে জন্ম জন্মাত বাধা নিদি এপাল ল'ৰা-ছোৱালী ডিঙিত বান্ধি লৈ জন্মনিৰোধ নকৰাকৈ যদি সমাজ চলিব পাৰিছিল আজি কিয় কলৌজপৌ কৰি মৰা লোকৰ সংখ্যা বহহুতো দেখা যায়। কিছ মানে ইচ্ছা কৰি জন্ম নিবোধ নকৰে আৰ, সৰহভাগে ইচ্ছা থকাতো উপায় নাজানি বন্ধ কৰিব নোৱাৰে। ব্ৰহ্মচৰ্য পালন কৰি জন্ম ৰহিত বা স্থগিত কৰা অসম্ভৱ দলিলেই হয়। ইউৰোপ, আমেৰিকা আদি দেশত শিক্ষিত লোক মাত্ৰেই সন্তানৰ সংখ্যা কমাব ধৰিছে। তিৰোতাৰ ইচ্ছা, অনিচ্ছা, শক্তি-সামৰ্থ্য আৰ, পৰিবাৰৰ আৰ্থিক অৱস্থালৈ চাই সন্তানৰ সংখ্যা কম-বেছি কৰাৰ আৱশ্যকতা নজনা আৰু, নমনা লোকৰ সংখ্যা সেই দেশত ঋবে কম। কিন্তু দুখৰ কথা, আমাৰ দুখীয়া দেশত সেই বিষয়ে শিক্ষিত সম্প্ৰদায় -আজিও বিশেষ উদাসীন। জনা-বজা শিক্ষিত লোকেও পহিব নোৱাৰা পৰিয়ালৰ সৃষ্টি কৰি অসমূখ অশান্তি চপাই লোৱা দেখিলে বেয়া লাগে; কিন্তু অজলা অজ্ঞান নিচেই হোজা গাৱলীয়া মানুহৰ তেনে দুৰ্গতি দেখিলে শিক্ষিত সমাজক দায়ী নকৰি নোৱাৰি। নিৰক্ষৰ, নিঃসহায় শ্ৰমজীবী- সকলক জন্ম-নিৰোধ বিষয়ক শিক্ষা দিবই লাগিব। সমাজৰ গতিৰ পৰিবৰ্তনৰ লগে লগে ইয়াৰ আৱশ্যকতা আহি পৰিছে। আগৰ দিনৰ মানদহে এই প্ৰথা নাজানিছিল বা ইয়াত বিশ্বাস নকৰিছিল এনে কথা ডাঠকৈ কব নোৱাৰি। এই ইচ্ছাৰে গাঁৱে-ভূ'য়ে ঔষধ ব্যৱহাৰ কৰা কথা বহু,দিনৰে পৰা শনা গৈছে। স্বাস্থ্য আৰু, আৰ্থিক অৱস্থা ভাল থকাৰ গতিকে খৱোৱা- পিন্ধোৱাৰ ভয়ত জন্ম-নিৰোধৰ আৱশ্যকতা অনুভব নকৰিছিল। তাৰ উপৰিও এতিয়া তিৰোতাৰ ব্যক্তিত্বৰ অভিব্যক্তিও সময়ৰ লগে লগে বাঢ়িছে। ইচ্ছাই-অনিচ্ছাই, শক্তি-সামৰ্থ্যৰ বিচাৰ নকৰাকৈ সন্তান উৎপাদন হী-পৰুষৰ কৰ্ত্তব্য তুলি তেওঁলোকে মানি লৈছিল; কাৰণ এসময়ত লোকে বিশ্বাস কৰিছিল “পত্ৰাৰ্থে“ ক্ৰিয়তে ভাৰ্যা”; আজি সেই বিশ্বাস তিমান দৃঢ় নহয়। আজি শিক্ষাৰ গৰ্ণত তিৰোতাই নিজৰ ব্যক্তিত্ব অনুভৱ কৰিব পাৰিছে। তাৰ উপৰিও তিৰোতাৰ ব্যক্তিত্ব অভিব্যক্তিও সমাজৰ গতিৰ লগে লগে বাঢ়িছে। আজি অৰ্থনৈতিক সমস্যা জটিল হৈছে; ইত্যাদি কাৰণে জন্ম-নিৰোধৰ আৱশ্যকতা অনুভৱ কৰিছে সৰহকৈ। ডেকা-গাভৰ সমূখ-সন্তোষৰ নিমিত্তে, নিজৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে, বোগ নিকাবণৰ কাৰণে, নিৰপৰাধী আগন্তুক অব্জসকলৰ কল্যাণৰ অৰ্থে ইচ্ছামতে আৰু, আৱশ্যকমতে সন্তান জন্মাবৰ উপায় অৱলম্বন কৰিব লাগিব। সদস্থ আৰু তৃপ্ত জীৱ সৰ্জন কৰিবলৈ হলে স্বামী-স্ত্ৰী দুয়ো সন্তোষ মনেৰে শ্বইচ্ছাই উপযুক্ত সময়ত সহবাস কৰিব লাগিব। যোৱা দহ বছৰৰ ভিতৰত পাশ্চাত্য জগতত এই জন্ম-নিৰোধ বিষয়ক জ্ঞানে বিশেষ বিস্তৃতি লাভ কৰিছে। যদিও এতিয়াও এদল মান,হে সেই মত সমৰ্থন নকৰে, সৰহভাগ চিন্তাশীল মানহেই ইয়াৰ পক্ষপাতী। এই কাৰণেই এই বিষয়ে আৰ, কিছ, বহলাই কোৱা উচিত হব। জন্মনিৰোধ নতুন বিষয়ে যিসকলে প্ৰথমতে আলো- চনা কৰিছিল আৰ, তাৰ সপক্ষে মত প্ৰকাশ কৰিছিল তেওঁ- লোকে যথেষ্ট লাঞ্ছনা ভোগ কৰিবলগীয়া হৈছিল; বহ,তো আৰ, সেই ৰোগ-সংক্ৰামিত হলে সন্তান যে বিকলাঙ্গ, ক্ষীণাঙ্গ অন্য সকলো প্ৰকাৰে বিবাহৰ যোগ্যা হলেও সন্তান-ধাৰণ আৰ, প্ৰসৱ কৰিবলৈ অক্ষমা তিৰোতা কিছমান থকা দেখা যায়। তেওঁলোকৰ পক্ষে সন্তান ধাৰণ মানেই নিশ্চিত মৃত্যু। সাধাৰণতঃ হৃদযন্ত্ৰৰ বিকাৰ থকা তিৰোতাৰ এনে অৱস্থা হয়। বাপেক- মাকৰ ৰোগ সন্তানৰ গালৈ সংক্ৰামিত হোৱা প্ৰমাণিত সত্য কথা জন্ম-নিবোধ কি কি কাৰণে আৱশ্যক আৰু, কোন কোন ক্ষেত্ৰত আৱশ্যক তাক দকৈ গমি চালে তাৰ উপকাৰিতা বুজিব পাৰিব।