পৃষ্ঠা:যৌন-তত্ত্ব.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৰুণৰাম অভিনয়ৰ অন্ত নৌ পৰোঁতেই স্ৰীৰ একাধিক বাব পৰিসমাপ্তি পৰিসমাপ্তিৰ পিছতেই স্ত্ৰী সংসৰ্গ ৰহিত কৰা অবিধি। পৰিসমাপ্তি হোৱা মাত্ৰকেই বিচ্ছিন্ন হলে ইন্দ্ৰিয়সম,হৰ সাম্যভাব বিনষ্ট হয়। শিৰা-উপশিৰাই স্বাভাৱিক গতি পাওঁতে পলম লাগে; সংযোগ অৱস্থাতেই সেই অৱসাদ আহি সৰ্ব্ব উত্তেজনা বহিত হোৱা উচিত। কাৰ্য অন্তে সংযোগত থাকি কিছপৰ কথাবাৰ্তা পাতি থকাই বিধি। গৰ্ভসঞ্চাবৰ ভয়ত কোনো লোকে পৰিতৃপ্তিব পৰ্শ্বেই সংযোগ বহিত কৰে; ইংৰাজীতে ইয়াক Coitus Interuptus কোলে। কোনো কোনো ডাক্তৰৰ মতে ইয়াৰ পৰা উভয় পক্ষৰ অনিষ্ট হয়। পৰিতৃপ্তিৰ অনতি পৰ্ব্বে অত্যধিক উত্তেজনাৰ কাৰণে সংযোগ বহিত কৰোঁ বোলোতেই পৰিসমাপ্তি হৈ উদ্দেশ্য অসফল কবে। যোনিকণ্টকত ঘৰ্ষণ নহলে তাৰ পৰিমাণ নাবাঢ়ে আৰু, স্পৰ্শ-অনভূতিৰ মাত্ৰা অসম্পূৰ্ণ থাকে। Van de Valde- এ তেওঁৰ Ideal Marriage নামব 'পথিত সহবাস, কিছু মান প্ৰকাৰ আৰু বিধি নিৰূপণ কৰি দিছে। সেই কিতাপখন পঢ়িব- লগীয়া। সংযোগব প্ৰকাৰ ভেদ জ্ঞানৰ আৱশ্যকতা আছে বলি আমি ভাবোঁ। কামকলাব প্ৰকৃষ্ট জ্ঞানব অভাৱত দাম্পত্য জীৱনৰ দ্বাদশ অধ্যায় ফকন বচনাৱলী বৈচিত্ৰ্য লোপ পায়। একে বস্তুকে খাই খাই বেজাৰ লাগিলে সচক ৰান্ধনিয়ে সেই বস্তুকেই আনদবে ৰান্ধি খুৰাই টকালি পৰাব পাবে। দাম্পত্য প্ৰণয় যাতে অম্লমধৰ নহৈ দীৰ্ঘকাল সমেধৰ হৈ থাকে তাৰ বাবে কেলি-কৌতূহল কৌশলব দ্বাৰাই ন ন ৰং চৰাই সহবাস নিত্য-নতুন আব্, লোভনীয় কৰি ৰাখিব লাগিব। ডাঃ মাবি স্টোপ্‌চেও (Dr. Marie Stopes) এই বিষয়ে বহলাই লিখাত তেওঁৰ এজন লৰ্ড বন্ধৱে তেওঁক খং কবি এইদৰে কৈছিল, “এইবিলাক গত কথা প্ৰকাশ কবাব ফলত ভদ্ৰ তিৰোতাৰ লাজ-সম্ভ্ৰম নথকা হব; এইবিলাক কাৰ্যাব দ্বাৰাই তিৰোতাৰ চিত্ত চঞ্চল হব আৰ, তাৰ ফলত ভ্ৰষ্টা হোৱাবো আশঙ্কা বাঢ়িব। আমি কেতিয়াবা সূৰত ব্যাপাবৰ বাহল্য সংখ পাবৰ মন কৰিলে বাৰাঙ্গণাৰ তালৈ যাওঁ। নিজৰ ঘৈণীৰ লগত এই দৰে ব্যৱহাৰ কৰিলে তেওঁলোকৰ সন্মান পোৱা টান হব। তেওঁলোকক বাধ্যত বখা অসম্ভৱ হব।” এই কথাৰ যক্তি কিমান তাক অলপ গমি চালেই বুজিব পাৰি। পুৰুষৰ যদি বমণ বাহল্য সমূখ উপভোগৰ ইচ্ছা হব পাৰে তিৰোতাৰো সময়ে সময়ে সেই ভাৱ হোৱা স্বাভাৱিক বুলি ধৰি লৈ ভাবি চাব লাগিব তাৰ পৰিণাম কি হব – পৰিণামত হয় গপ্ত-প্ৰণয়, নহলে নিৰাশাৰ অৱসাদে জীৱন নিৰ্বানন্দ আব, আগ্ৰহশ,ন্য কবিব। জন্ম-নিৰোধ কামনাৰ অভিব্যক্তি প্ৰেমত: প্ৰেমব পৰিসমাপ্তি যৌন-মিলনও কামনাব অদম্য প্ৰেবণাত দেহ-মন-প্ৰাণ যেতিয়া বিকশিত হৈ উঠে, সৌন্দৰ্য্যৰ তীব্ৰ অনুভূতিত অন্তবাত্মা যেতিয়া স্পন্দিত হয়, তেতিয়া বুজিব লাগিব যৌৱন সমাগত। যৌৱনব সমাগতত প্ৰচ্ছন্ন কামনাই প্ৰকাশব চেষ্টা কৰে। সেই প্ৰকাশৰ চেষ্টাত শৰীৰব আব, মন পলকিত, ৰোমাণ্ডিত আৰ, উচ্ছ্বসিত হৈ উঠে— কামনাই পৰিতৃপ্তি বিচাৰে মিলনত। সেই মিলন সৰ্ব্বাঙ্গ-সন্দেৰ কৰিবৰ কাৰণে উভয়ৰ পৰিচয় লব লাগিব উভয়ে আৰু পাব লাগিব দয়ো। পৰিপূৰ্ণ পৰি- তৃপ্তিৰ সংমধবে সোৱাদ পাবলৈ হলে দয়ো দয়োত আত্ম- সমৰ্পণ কৰিব লাগিব নিজ ইচ্ছায়। অন্তৰৰ আব, বাহিৰৰ সৰ্ব্ব আববণ উন্মোচন কৰি পৰিপূৰ্ণ যৌৱনৰ লাৱণ্যলীলামণ্ডিত দেহ লৈ বাঞ্ছিতৰ আগত থিয় দিব লাগিব; প্ৰেমালিঙ্গনত প্ৰণয়ীজনক মতলীয়া কবি তুলিব লাগিব তেতিয়াহে দাম্পত্য জীৱন সৱদি হব; মনুষ্য জীৱন সাৰ্থক হব। প্ৰজাসৃষ্টি যেনেকৈ প্ৰকৃতিৰ নিয়ম, স্বাস্থ্য-ৰক্ষা আৰ, সমাজ-ৰক্ষাও সেই- দবে প্ৰকৃতিৰ অভিপ্ৰায়। দম্পতিৰ শাৰীৰিক আৰ, আৰ্থিক অৱস্থা সম্পৰ্ণৰূপে সন্তোষজনক হলে সন্তানৰ সংখ্যা কমোৱাব