পৃষ্ঠা:যৌন-তত্ত্ব.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

J যৌন-তত্ত্ব প্ৰকাৰ ভেস্ জানে। নজনাই জানিবৰ চেষ্টা কৰা উচিত, কাৰণ প্ৰণয় যজ্ঞৰ এওঁয়েই পৰোহিত, প্ৰণয় অভিনয়ৰ এওঁৱেই আচাৰ্য? শিৰোমণি। ওষ্ঠাধৰ চুম্বনেই প্ৰশস্ত নিয়ম, কিন্তু প্ৰণৰ প্ৰসঙ্গত স্পৰ্শান্দভূতিৰ আতিশৰ্ধত সৰ্ব্বাঙ্গ চুম্বন বিধি কামশাস্ত্ৰত পোৱা যায়। পৰিতৃপ্তিৰ অনতি পৰ্ব্বে বা লগে লগে অনুভূতিৰ আতিশয্যত অধৰ দংশন বতিৰঙ্গৰ অন্তৰ্ভুক্ত। প্ৰণয়ব অভিনয় প্ৰধান নায়ক-নায়িকাৰ লগত সৰ্ব্বাঙ্গই কাৰ্য্য কৰে। পৰ্ণাহ,তি নহয়' মানে অভিনয় অসম্পূৰ্ণ থাকে; অভাৱত অভিনয় অঙ্গ- হীন আৰ, নিৰৰ্থক হয়। কিছমান তিৰোতাৰ শাৰীৰিক আৰ, মানসিক দয়ো বিধৰ উত্তেজনাই কম। তেওঁবিলাকক সহযোগব পূৰ্ব্বেই উচিত পবি- মাণে উত্তেজিতা কৰি লব লাগে; নহলে সঙ্গম তৃপ্তিহীন হয় আৰ, পৰিতৃপ্তিৰ অভাৱত এহতো সময়ত তিৰোতা বন্ধ্যা হয়। উত্তেজনাশ,ন্য তিৰোতাক উত্তেজিতা কৰিব নোৱাৰিলে ডাক্তবৰ সহায় বিচৰা গত হব। পৰ্ব্বষৰ বিষয়েও একেই কথা। এম্‌প্লেচ মেৰায়া তিবিজাব বহুদিনলৈকে সতি-সন্তান নোহো- ৱাত বহু, ডাক্তৰে চিকিৎসা কৰিও উপকাৰ দেখাৱাব নোৱাৰিলে। শেষত বিখ্যাত ডচ্ ডাঃ ভন চুবেটেনৰ বহ, অননুসন্ধানৰ ফলত আচল কাৰণ ধৰা পবিল আৰ, তাৰ পিছত অতি সহজ চিকিৎসাতেই তেওঁ সপ্ৰসবা হৈ ১৬টি ল'ৰা-ছোৱালীৰ জননী হয়। ৰোগ নিৰ্ণয় হল এয়ে যে সঙ্গমৰ পূৰ্ব্বে আৰু সময়তো তেওঁ উচিত পৰিমাণে উত্তেজিত নহয় আৰ, সেই কাৰণেই তেওঁৰ পৰিতৃপ্তিৰ পৰ্ব্বেই স্বামীৰ পবিতৃপ্তি হয়। উত্তেজনাব অভাৱত প্ৰায়ে তেওঁৰ পবিতৃপ্তি নহৈছিলেই। ঔষধৰো ব্যৱস্থা হল এয়েই। "Practeria Censeo Vulvum Sacratissima Majes- tatic anti Conitum dintus esse titillandum." "Further more, I am of opinion that the Sex Organ (in this case the clitoris) of your Most Sacred majesty should be titillated (before actual coitus)” অৰ্থাৎ “মোৰ মতে মহামহিমাময়া ৰাজমহিষীৰ স্ত্ৰী- অঙ্গ (এই ক্ষেত্ৰত তেওঁৰ যোনিকণ্টক) সঙ্গমৰ পৰ্ব্বেই হাতেবে মৈথুন কৰি দিব লাগিব।” স্তনাগ্ৰ ভাগত আৰ, যোনিকণ্টকত সবাতোকৈ স্পৰ্শান,ভূতি সৰহ, সেই কাৰণেই তাত হাত দিলে অত্যধিক উত্তেজনা হয়। সঙ্গমৰ সময়ত স্ত্ৰী অঙ্গ শকান & & থাকিলে কমণ সংখদায়ক নহৈ দয়ো পক্ষে কষ্টকৰ হয়। স্বাভাবিক মতে যোনি নিঃসৰণ নহলে বা পৰিমাণত কম হলে আন বস্তুৰ দ্বাৰাই সচল কৰি লোৱা উচিত। কিন্তু এনে বস্তু ব্যৱহাৰ কৰিব লাগিব যাৰ "বাবাই স্বী-অঙ্গৰ কোমল অংশ ক্ষত বা দ‚ষিত নহয়। পানীবে সহজে ধই পেলাব পৰা বস্তু ব্যৱহাৰ কৰা উচিত। স্ত্ৰী-অঙ্গ পৰীক্ষা কৰোঁতে ডাক্তৰে যি বস্তুবে আঙলি পিছল কৰি লয় সেই বস্তু ব্যৱহাৰ কৰা যগত নহয় বুলি কয়, কাৰণ তাত চাবন আৰ, গ্লিচাবিণ থাকে আৰ, সেই বস্তু সৰহ পৰ থাকিলে আব, ওপৰত ঘ'হনি লাগিলে কোমল অংশ বঙা পৰি উখহিব পাবে। ডাক্তবক শধিহে ব্যবহাৰ কৰা উচিত। দাঁতব বা মখব অসুস্মথ নাথাকিলে থইবে সচল কৰাও বেয়া নহয় বদলি ডাক্তৰে কয়, কিন্তু সেই কাৰ্য্য কৰোঁতে যাতে আদিৰসৰ পৱিত্ৰতা নষ্ট পাই বিভৎস বসব অবতাবণা নহয় তালৈ বিশেষ চকু ৰাখিব লাগিব। ভুলাই ভঙাই সকলো কথাকে কবাব পাবি, কিন্তু বলেবে কবোৱা টান। শ্ৰীসূলভ লজ্জাশীলতা প্ৰীতিবে আব্দ, প্ৰেমেবে নেৰুৱাই বলেবে হৰিলে তাব ফল বিপৰীত হয়। সহবাসব সময়ত স্ত্ৰীৰ মনব ভাব, শৰীৰ অৱস্থা সকলোলৈকে বিশেষভাৱে লক্ষ্য বাখিব লাগিব। সকলো অৱস্থা অনকুলে কৰিহে সঙ্গম আৰম্ভ কৰা উচিত। লোভত বা ভোকত তপত ভাত খালে জিভা পোৰে, সিপিনে আকৌ চেচাঁ ভাত-আঞ্জাত সোৰাদো নাপায়; খালে অসুখে কৰে। উভয়ৰ অঙ্গৰ আকাৰ ভেদত বহ‚তো সময়ত বহহুতো বিঘাত ঘটে। পৰিমাণ যাতে সমান হয় তাৰ চেষ্টা কৰিব লাগে। ঘৈণীৰ সমুখ-দুখ, সংবিধা-অসুবিধা ইচ্ছা-অনিচ্ছালৈ আওকাণ কৰি যিজনে সহবাস কৰে তেওঁৰ শিক্ষাসদাচাবৰ বিশেষ অভাৱ বুলি কব পাৰি। তেওঁ পশু, ভাবত মনুষ্য জীবনব স্বৰ্গীয় সংখৰ পৰা বঞ্চিত। লম্পটব চৰ্ম-ঘৰ্ষণ শত্ৰু ক্ষয় মাত্ৰ বিভৎস বসাত্মক; প্ৰেমিকৰ সহবাস মৰ্মস্পৰ্শী, স্পৰ্শান,ভূতিব বিচিত্ৰ মূৰ্চ্ছনা, ই অতি পৱিত্ৰ আদিবসাত্মক। এটাই অবসাদ আনে, আনটোৱে জীৱন আনন্দময় কবি শক্তি সঞ্চাব কবে; এটা মৃত্যুবাহক হলাহল, আনটো মৃত সঞ্জিৱনী অমৃত। কীৰ্য্যধাৰণ শক্তি পৰ্ষতকৈ তিৰোতাব সৰহ, কাৰণ প,বষব উত্তেজনা অধিক আৰ, সহজে হয়। পবষব পৰিতৃপ্তি হলে পনেৰায় কাৰ্য্য আৰম্ভ কৰা টান, কিন্তু স্ত্ৰী পক্ষে পবষব