পৃষ্ঠা:যৌন-তত্ত্ব.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম অধ্যায় পুষাঙ্গ সাধাৰণ অৱস্থাত সপ্তভাৱ ধাৰণ কৰি থাকে; তেনে অৱস্থাত ইচ্ছা সত্ত্বেও পূৰ্ণ সহযোগ অসম্ভৱ। মানসিক আৰু শাৰীৰিক উত্তেজনাৰ দ্বাৰাই পৰষাঙ্গ বৰ্দ্ধিত আৰু, উন্নত নকৰিলে পূৰ্ণাধিকাৰ অসম্ভৱ। দীন হীন দুৰ্ব্বলৰ প্ৰতি যেনেকৈ ৰাজপ্ৰাসাদৰ সিংহদ্বাৰ ৰূদ্ধ, হীনবীৰ্ষ্য ক্ষীণাঙ্গ পবেষৰ প্ৰতিও প্ৰণয় মন্দিৰৰ দ্বাৰ সেইদৰেই কধ। "To that sacred Temple of love None but the upright can enter." এই দ্ব্যৰ্থবোধক বচন উভয়তে খাটে। কুমাব্ৰীৰ দৰ্গদ্বাৰ অবৰুদ্ধে আৰু, সংবক্ষিত। নিজ শক্তি-সামৰ্থ্যৰ পৰিচয় দি উদ্ধৃত অস্ত্ৰৰ দ্বাৰা ৰুদ্ধদ্বাৰ ভেদ কৰি দৰ্গ প্ৰবেশ কৰিব লাগিব। প্ৰণয় ৰণৰঙ্গিণী ৰমণীৰ দুৰ্ভেদ্য দূৰ্গ অধিকাৰ কৰিবলৈ হলে কটাক্ষাদি বিশিষ্ট শব সন্ধান কৰিব লাগিব। প্ৰণয়বাগৰঞ্জিত শাণিত অস্ত্ৰৰ দ্বাৰাই অভিভূত কৰি দৰ্শন, স্পৰ্শন, চিৎকৃতি, শিহৰণ আদি ৰমণ-যদ্ধে কৌশলৰ দ্বাৰাই বশ্যতা স্বীকাৰ কৰাই ৰণোন্মত্তা ৰমণীক প্ৰশমিত কৰিব লাগিব। তাৰ পিছত দৰ্গ জয় কৰি পূৰ্ণ প্ৰবেশ লাভ কৰিব লাগিব। কামকলাব বিচিত্ৰ চিত্ৰণত স্ফী-হৃদয় উদ্বেলিত আৰু, বিমোহিত কৰি প্ৰণয় বিহলা কৰিব লাগিব। তেতিয়া ধীৰে নিৰ্বিবোধে পূৰ্ণাধিকাৰ বিস্তাৰ কৰিব লাগিব। Shakespeare এ কোৱাৰ দৰে, “If these be dry stray lower down where the fountain be." পৰ্ব্বৰ্তত পানী নাপালে ভৈয়ামলৈ নামি যাবা যত প্ৰেমৰ নিজৰা জৰিছে। মহাকবি কালিদাসেও লিখিছে- “...কন্দৰ্প বাণানালৈ দগ্ধানামবগাহনয়ে বিবিনা ৰম্যং সৰে৷ নিৰ্ম্মিতং” অৰ্থাৎ বিধাতাই কন্দৰ্পানলত ডেই-পৰি মৰা পুৰুষসকলৰ স্নানাৰ্থে এই সৰোবৰ নিৰ্ম্মাণ কৰিছে। একাদশ অধ্যায় পৰ্ব্বৰাগ আৰ, অনৰাগৰ ভেদত প্ৰণয় চুম্বনৰো বিধ বা প্ৰকাৰ বহুতো হয়। এজন মান′হক বা তিৰোতাক দেখিলে চকুত পৰা মাত্ৰেই চকু আঁতৰাই-লবৰ মন যায়; কেতিয়াবা আকৌ চাই চাই হে'পাহেই নপলায়; সকলো অঙ্গ-প্ৰত্যঙ্গৰ বাৰাই ছাই খাবৰ মন যায়। সৌন্দৰ্য্য আৰু, কল্পনাৰ দ্বাৰাই আকৃষ্ট হৈ শৰীৰ আৰ, মন দ্বয়ো পক্ষে উত্তেজিত নহলে সহবাসত পূৰ্ণানন্দ উপভোগ কৰিব নোৱাৰি। তাৰ অভাৱত হস্তমৈথুন আব্দ স্ফী-মৈথুন সমান হয়। দম্পতিৰ প্ৰণয়পূৰ্ণ চুম্বনত অনন্ত প্ৰণয়-কাহিনী নিহিত থাকে। বিখ্যাত যৌনতত্ত্ববিদ ডাঃ ডেনঃ ডি ভেল্‌ডএ (Dr. W. H. Van de Valde) লিখিছে-“Most important part of the sensex is Sexual Matters is touch." অৰ্থাৎ কাম প্ৰজননৰ প্ৰধান কৰ্ত্তা স্পৰ্শানুভূতি। ওষ্ঠাধৰ চুম্বনেই ৰতিৰঙ্গলালসাৰ আদি জাননাঁ। প্ৰেম প্ৰসঙ্গত চুমাৰো অলেখ গ্লুকাৰ ভেদ আছে। মাকে লৰাৰ মমূখত খোৱা অতি সূমধৰ কৰি দিয়ে। প্ৰণয়চতুৰ দ্বী পদষে ইয়াৰ অলেখ ছোওঁ-নোছোওঁকৈ টপ কৰে দিয়া চুমাটিয়ে প্ৰাণত বিজলী সঞ্চাৰ কৰি দি যায়; ছাই যোৱা চুমাটিয়ে ভাৱ ইঙ্গিততে জনাই যায়; আচম্বিতে খোৱা বা খন্তেক ৰৈ খোৱা চুমাটিয়ে কওঁ- নকওঁ মনক কথাটিৰ পূৰ্ব্বাভাস দি যায়; ৰৈ যোৱা চুমাই অন্তৰৰ আবোৰ চাপ থৈ যায়; থৈ যোৱা চুমাটিয়ে প্ৰাণত দিঠকতে সোণোৱালী সপোন জগাই তোলে; আবেগপৰ্ণ স্পৰ্শ- মখৰ নিঃশব্দ চুম্বনে প্ৰাণ আকুল কৰি তোলে; অধীৰ চঞ্চল শব্দমূখৰ প্ৰাণস্পৰ্শী চুম্বনে প্ৰেমিকৰ প্ৰাণত প্ৰেমৰ নিজৰা জৰায়; আনন্দত অধীৰ দেহ-মন-প্ৰাণ শান্ত, শ্ৰান্ত আৰু চেনেহৰ স্নিগ্ধমধৰ চুমা. এটি আৰ, আকোপৰ্ণ উন্মত্তকাৰী প্ৰণয় চতুম্বনৰ বহ, প্ৰভেদ—হীৰা-মাণিকৰ প্ৰভেদৰ দৰে।