পৃষ্ঠা:যৌন-তত্ত্ব.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

GO তৰণৰাম ফকন বচনাৱলী গাৰ ভাৰ ৰক্ষা কৰিবলগীয়া হোৱাৰ উত্তেজনা বেছি হয় আব; কাৰ্য্যৰ গতি ক্ষিপ্ৰ হয়, গতিকেই পৰ্ণতৃপ্তিব মহে‚ত অননুমানৰ শক্তি নাথাকে। ভাৰগ্ৰস্থা ভাৰ্য্যাৰ নিজ অঙ্গ সঞ্চালনাদিৰ দ্বাৰাই প্ৰণয়ব প্ৰতিদান সমপৰিমাণে দিব নোৱাবাত নিজ পবি- তৃপ্তি লাভত পলম হয়। অথচ পষে পৰিতৃপ্তিব পিচতেই শ্ৰীক ভাবমত্তা কবিবব মনেবে ততালিকে স্ত্ৰী-সঙ্গ বৰ্জ্জন কবে। শ্ৰীব সম্ভোগাতিশয্যৰ পৰিসমাপ্তি নৌহওঁতেই পবেষ- কাবব ওব পবিলে স্ফীৰ অভৃি আব, ক্ষোভ। যায়। কিছু দিন এইদবে চলিলে শ্ৰীব মন আব্দ শবীৰ ভাগি যায়—দাম্পত্য সংখৰ অন্ত পবে. স্বামীয়ে হয়তো উপযুক্ত সময়ত এই হিয়াভগা দঃখৰ সংবাদকে নাপায়। ইয়াতকৈ পৰিতাপৰ কথা কি হব পাবে। ডাক্তৰি মতে পূবষব এবাব পৰিতৃপ্তি হওঁতেই তিতোব দুই- তিনিবাৰো হোৱাৰ পিছতহে পূৰ্ণ পবিতৃপ্তি হয়, কিন্তু তাকে হবলৈ হলে আৱশ্যকীয় সময়লৈকে প্ৰণয় কাৰ্য্য চলাব পাৰিব লাগিব। ইয়াৰ বাঁবে সাধনাব আৱশ্যক। ৰমণকাৰ্য্য সবহ পৰ স্থায়ী কৰাৰ দুটা কি তিনিটা শাস্ত্ৰীয় উপায় আছে; প্ৰথম আব, মোক্ষ উপায়— ১। সংযম- অকালত বা ইচ্ছামাত্ৰেই অতিৰিক্ত ইন্দ্ৰিয় বৃত্তি চবিতাৰ্থ কৰি শক্তি ক্ষয় কৰিলে শেষত কল্পনা, দৰ্শন, স্পৰ্শন বা ক্ষণমাত্ৰ সহযোগতেই কাৰ্য্যত অন্ত পবে। অযথা ব্যয়ত ধাবণ শক্তি কমি যায়। সেই কাৰণেহে শাশ্বত ব্ৰহ্মচৰ্য্যব ব্যৱস্থা কৰিছে। তদ পৰি কাৰ্য্য দীৰ্ঘ ব্যাপি কবিবলৈ মনেবে দৃঢ়, সঙ্কল্প কৰা আৰ, ধীবে অঙ্গসঞ্চালন কৰা উচিত। এই কাৰ্যত বিশেষ সিদ্ধিলাভ কৰিব পাৰি। অভ্যাসব দ্বাবায় দ্বিতীয় ৰসায়ন আৰু, বাজীকৰণ ঔষধ ব্যৱহাৰ কৰা। শাম্মতো কৈছে- “অতিব্যয়োশীলে। যো নচবাজীক্লিয়াবতঃ, ধজভঙ্গমবাপ্নোতি স শত্ৰুক্ষয়হে তুকম্।" বাজীকৰণ অৰ্থাৎ বীৰ্যস্তম্ভনব ঔষধ নোখোৰ কৈ যি শত্ৰু ক্ষয় কৰে তেওঁৰ সোনকালে ধ্বজভঙ্গ হব ই অতি নিশ্চয়। সাধাৰণ উপস্থাপিত সঙ্গম বিধি অবলম্বন নকবি আন বিধিমতে কাৰ্য্য কৰিলে পবিতৃপ্তি পলম কবিব পাবি। তেতিয়া আনন্দব মাত্ৰাও বাঢ়ে আব্দ, একেসময়তে পবিতৃপ্তি লাভব সম্ভাৱনাও বহ হয়। ডাক্তব মাৰি স্টোপচব 'Married Love' আব, 'Enduring Passion'— এই দখন কিতাপত সেই বিষয়ে বহলাই লেখিছে। সেই কথা সকলো সময়তে মান,হে সঙ্গমৰ কথা ভাবে আব, ভাও নিতান্ত অনুচিত, অবিধি আবূ, কুৎসিত স্বভাব। ভবাব এটা সময় লাগে আবূ, উপযুক্ত সময়ত সেই ভাব মনলৈ আহিলে প্ৰেমালাপ আবূ, ই-সি সব,-সংবা কথা-বাৰ্ত্তা পাতি তাব পিছতহে গপ্ত ভাষণ, তাৰ পিছত দৰ্শন আবূ, স্পৰ্শনৰ পিছতহে সঙ্কল্প অৰ্থাৎ প্ৰণয়-হোমাগ্নিত পূৰ্ণাহতি দিয়া স্থিৰ কৰা। তবে পিছত কাৰ্য্যপযত্ন, তাৰ পিছতহে ক্লিয়ানিষ্পত্তি অৰ্থাৎ প্ৰায় কাৰ্যৰ পৰিসমাপ্তি। এয়েই তলত দিয়া সংস্কৃত শ্লোক এটিৰ ভাৰ্থে। “বণং কীৰ্ত্তনম কেলি প্ৰেক্ষণং গূতভাষণম্। সংকম্প্যোধ্যবসায়তু ক্ৰিয়া নিষ্পত্তিবেৰ চ॥ এই বচনব প্ৰত্যেকটি কথাই গ'চা। পৰ্ব্বান;বাগ ৰূপ প্ৰণয়মদিবা ধাঁবে পান কবি কামাবেশত বিভোব নোহোৱালৈকে সহযোগ কৰা অবধি। “প্ৰাপ্ত মাত্ৰেণ ভোক্তব্যম" ভাব প্ৰণয় প্ৰসঙ্গত অতি অশোভন, অতি পশ,প্ৰায়। শাশ্বত নবপি কৈছে : “প্ৰেমালাপৈঃ প্ৰিয়বিতৰণৈপ্ৰীৰ্ণিতা লিঙ্গনাদ্যৈঃ মন্দাক্ৰান্তা তদন,নিয়তমবশ্যতানেতি বালা।” অৰ্থাৎ প্ৰিয় কন্তু উপহাব দি প্ৰিয় সম্ভাষণব বাবাই আবেগপূৰ্ণ আলিঙ্গনব বাবাই অতি মৰমেৰে অতি ধীৰে বহুকুত সাৱটি সহকৰ্মীণীৰ প্ৰেম ভাৰ ওপজাই বতি যোগ আবম্ভ কবিব। কাৰ্য্য সমাধা হোৱা মাত্ৰেই স্ত্ৰী সংসৰ্গ ত্যাগ কৰা অবধি। পৰ্শ্বে'ই কোৱা হৈছে যে অকল ধৰ্মব দ্বাবায়, কেৱল যুক্তিব দ্বাবায় পবষব মন হৰণ কৰা টান। সময়ত কামৰূপা কামদা : কামিনী হৈ স্বামীৰ একান্ত প্ৰীতিৰ ওপবত পূৰ্ণ অধিকাৰ বিস্তাব কৰিব নোৱাবিলে প্ৰিয়তমা পত্নী নামব অযোগ্যা হয়। i