সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
সপ্তম আধ্যা

সহধৰ্ম্মিণী কবি আৰু গ্ৰন্থকৰ্ত্ৰী ৺সৰোজ কুমাৰী দেৱী আমাৰ বৰ বন্ধু আছিল। সেইদেখি তেওঁলোকৰ অনুৰোধত মাজে মাজে আমি সম্বলপুৰত ফুৰিবলৈ আহি তেওঁলোকৰ ঘৰতে আলহী হৈছিলোহঁক। মই সম্বলপুৰত ব্যৱসায়ৰ সম্পৰ্কে বসতি কৰিবলৈ অহাৰ এইটো অনেক আগৰ কথা। সৰোজকুমাৰী দেৱীয়ে সুৰভিক আগেয়ে দেখা নাছিল। মৃত্যুৰ পিছত সুৰভিৰ ছবি এখন দেখি তেওঁ স্বইচ্ছাতে, তলত দিয়া কবিতাটো ৰচনা কৰি আমাক দিছিল।

চিত্ৰ-দৰ্শনে
সহসা বেসুৰো কৰি দুটি হৃদি-বীণা
কোন নন্দনেৰ বনে,
খেলিতে মলয়া সনে,
 গিয়েছে সুৰভি মেয়ে ভুলিয়ে আপনা।
এসেছিল পথ ভুলে,
 মা বাপেৰ স্নেহ-কোলে,
 সহসা ভেঙ্গেছে মোৰ খেলৰ বাসনা।
তাই সে গভীৰ ৰাতে
গেছে স্বৰগেৰ পথে,
ধৰাৰ বাঁধন খুলি স্নেহেৰ কামনা।
কবে এই ধৰা পৰে,
পাৰিজাত শোভা কৰে,
 সুৰভি কে লভে কোথা, এ যে শুধু ভুল।
 ত্ৰিদিবেৰ শোভাৰাশি,
 ধৰায় কে দেবে আসি,
 দৰিদ্ৰ মানব বুকে আকাঙ্ক্ষা বিপুল।
সুখেৰ স্বপন-প্ৰায়,
চকিতে মিলায় হায়,
 শুধু, ভেঙ্গে দিয়ে গেল দুটি হৃদিকুল।
স্বৰ্গেৰ সুৰভি সে যে সুৰভিৰ প্ৰায়।
মধুৰ সুবাস ধাৰা,
 ঢালিয়া জগতে সাৰা,
চলে গেছে মুগ্ধ কৰি মানৱ হিয়ায়
সুৰভি পৰশ কৰে,
 কে কোথা পেয়েছে ভবে,
শুধু অনুভব কৰ শিৰায় শিৰায়।
স্মৃতিৰ নিৰালা ঘৰে,

২য়-৪