পৃষ্ঠা:মূলা-গাভৰু.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8 ] চহকী কৰা বাঞ্ছনীয়। কিন্তু “স্বদেশী” বস্তুৰ ফালে আওকাণ দিয়াটোহে অনঙ্গলৰ চিন। ছপা কৰিবৰ সময়ত শ্ৰীযুত শৰতচন্দ্ৰ গোস্বামী দেৱে কিতাপ টোত চকু ফুৰাই মাজে মাজে প্ৰুফ আদি সংশোধন কৰাত মোক বহু সহায় কৰিলে। সেই বাবে তেওঁৰ নথৈ শলাগ লৈছোঁ। বিদেশত ছপা হোৱাৰ বাবে কিতাপত কিছু দোষ ৰই যাব পাৰে। সেই ৰাবে ক্ষমা বিচাৰিছোঁ। গ্ৰন্থকাৰ।