পৃষ্ঠা:মূলা-গাভৰু.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাটকৰ পাত্ৰ সকল। পুৰুষ। স্বৰ্গ নাবায়ন ( চুহুম্নং ), চুপিমফাৰ পুত্ৰ —আসামৰ ৰজা কনচেং- -চুপিমফাৰ চমুৱা ৰাণীৰ পুত্ৰ, পাচত বৰপাত্ৰ গোঁহাই। চাও ফ্ৰাচেংমুং বৰগোহাঁই—মুলাৰ স্বামী—মন্ত্ৰী আৰু বৰ সেনাপতি। চুক্লেং- ---স্বৰ্গনাৰায়ণৰ বৰ পুত্ৰ। চুতে—ৰাজ কোঁৱৰ আৰু সেনাপতি। দেওৰাজ - ৰাজকোঁৱৰ আৰু সেনাপতি। তুৰ্ব্বক – গৌৰ দেশৰ নবাবৰ পাঠান চুবাদাৰ। তাজু, হুচেন, বঙ্গলি- মচলমান সেনাপতি। অমৰখাঁ—তুৰ্ব্বকৰ মন্ত্ৰী আৰু সাৰথি। গুৰুচৰণ ভট্টাচাৰ্য্য~-বঙ্গদেশৰ বেপাৰী। মন্ত্ৰী, বৰা, লিগিৰা, নগাৰজা, আৰ্ডলী, ঘাটে, আহোম সেনা, মছলনান সেনা।