সমললৈ যাওক

পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 48 ] দেখা যক কেনেকৈ লবে মছলমান। যদ্যপি প্ৰবল হয় শত্ৰুৰ আঘাত সহিব নোৱাৰে ভিৰ আমাৰ ৰহুবা তেতিয়া যুগুত দেখো তোমাৰ গমন, সঙ্গে লই আৰু ফৌজ সহায় কাৰণ। চা। ক্ষমিক স্বৰ্গ দেও! নেবাধিব মোক। নহয় উচিত ইটে। বণৰ নিয়ম। পৰি বিঘিনিত পাচে মুক্তি লভাতকৈ উচিত আগৈতে তাক নিলগত ৰথা। হব কি নহব জয় মনত ভাবিলে, নেথাকিলে বিশ্বাস নিজৰ বলত নয় মনৰ বান্ধ কাৰ্য্যৰ থলত। জানিছে আপুনি নিজে পাঠানৰ বল। দুৰন্ত থঙ্গাল অতি বিষম যুজাৰ। ঘটে যদি অমঙ্গল আমাৰ পক্ষৰ। গুৰিয়াল নেথাকিলে কি হব উপায়! যাব ৰণে সেনা আগে পালি-সেনাপতি। অনুচিত থকা মোৰ নিলগত বই। স্বঃ। বণৰ নিয়ম নীতি তুমি বুজা ভাল। কৰা যিটো দেখা ভাল তোমাৰ মনত।