পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩৫ ] গু। হুজুৰব মেহেৰবাণ। পাওঁ। পুৰস্কাৰটো যেন সোনকালে ( চেল|স দি ওলাই যায় ) তু। কই হ্যায়! (বাঞ্জৰ পৰা ) হাজিৰ হুজুৰ! তু। অমৰ খাঁ কো চেলাম দাও। (বাজব পৰা) বহুত আচ্চা হুজুৰ! ৩৪৬৪/অ ( অমব। প্ৰবেশ ) অ। কি হুকুম! জোনাব। তু। গুৰুচৰণৰ পৰা বহুত আৱণ্যকীয় কথ৷ জন| গল। কাইলৈ খুব ফজিৰে আসামলৈ ৰাৱন৷ হব লাগে। আহোম সেনাক পৰাজয় কৰা বৰ উজু নহব। আমাৰ যথেষ্ট সেনা বৰটোপ লগত নিব লাগিব। হাবিলদাৰ, জমাদাৰ সকলোৰে আগত মোৰ হুকুম জাহিৰ কৰি দিয়াগৈ। বন্দুক, অ। যে| হুকুম, জোনাব।