পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 08 ] মানুহৰ মতন বোকা চাউল খায়! বাহঁগাজ থায়। আৰু যোৱান হলেহে ছোৱালী বিয়া দিয়ে! তু। (হাঁহি হাঁহি ) মোৰ প্ৰশ্নৰ মৰ্ম্ম আপুনি বুজা মই পুচিছে৷ মানুহ সবৰ বল বুদ্ধি কি ৰকম। নাই। গু) বল আৰু সাহস হলে বোধ হয় আছে। কাৰণ হাবিয়ে পৰ্ব্বতে বাঘ, ভালুক, পহু মাৰি ফুৰে। আক জোনাব, কবলৈকে ভয় লাগে! জীয়াই জীয়াই জঙ্গলৰ পৰা হাতী ধৰি আনে! আৰু এক আশ্চৰ্য্য কথা! মাইকী মানুহে হাতীত উঠে, কাঁড় ধেনু মাৰে, মতাৰ লগত মাছ মাৰিবলৈ যায়! তু। যুদ্ধ কৌশল কেনে, আৰু কি কি অস্ত্ৰ শস্ত্ৰ আছে? আদাৰ গু। যুদ্ধৰ কথা মোক জিজ্ঞাসা নকৰিব। বেপাৰীক জাহাজৰ খবৰ কেলেই। মই যুদ্ধৰ ওচৰলৈ কে৷ নেযাওঁ কিন্তু দেখিছোঁ বিস্তৰ সেনা আছে। আৰু জোনাব! যি একোটাহে বৰটোপ আছে দেখিলেই হাত ভৰি পেটত লুকাই! তু৷ আপোনাৰ পৰা এই সত্ৰ খবৰ পাই বৰ খুটি হলে॥ এই বাবে আপোনাক ভালকৈ বকচিচ, দিবা হব। ফে, মোলাকাত হব। আপুনি এতিয়া যাওক। সময়ত খবৰ দিম।