পৃষ্ঠা:মূলা-গাভৰু.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ २१ ] কৰে। ইপোনে কৰিব লগা কাম নকৰিলেও নহয়। ৰাজখন চলোৱাৰ ভাৰ আপোনাৰ মুৰতে। চ। এটা ডাঙ্গৰ বিষয়ৰ ভাৰলৈ মুখ দুখ বিচাৰি কাম কৰিলে কেনেকৈ হব। জন্ম ভূমিৰ সেৱা কৰাই মহং সুখ। তাকে কৰিব নোৱাৰাই মহৎ দুখ। মূ৷ আকৌ কিবা পয়মালৰ আগন্তুক হৈছেনে কি। চ। মছলমানৰ লগত ৰণ বৰ ভাঙ্গৰ হৈ উঠিল। তালৈকে দিহা যুগুতি কৰিব লগা হৈছে। ম্। বেলি ভাতিদিলে। আগেয়ে চাঙ্গমাই শাললৈ আহক। তাতে কথা বতৰা হওঁগৈ। 131