পৃষ্ঠা:মূলা-গাভৰু.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মু৷ জ। [ ২৬ ] নেপালে। লগ কানাই, বনে বনে বনাই, জানো কোনে কৰিলে হৰণ, নেলাগে সখি। নামটো বৰ ভাল হৈছিল। নহয়নে? হবতো। তুমিও গাইছিলা নহয়। কোনোবাই সৌৱা মহাদেও আহিব নিজৰটি বেন্নাবুলি কয় জানো। লাগিছে। আমি এতিয়া যাওঁ দেই। বাৰু যোৱা। মু। (ললিতা, পলি), জয়ন্তী ওলাই যায়। ) (চাওব প্ৰবেশ। মূলায় আগবঢ়াই আনে। ) মূ। দেউতা! আজি দেখোন অহা বৰ পলম হল। লঘনে ভোকে নে৷ ইমান বোলি বজা ঘৰত কি কৰিছিল? অথনিৰে পৰা মই বাটচাই আছে॥ চা। এৰা সোন ফেবি! আজি বৰ বেলি হল। মোৰ লগতে তুমিও সময়ত খাব শুবলৈ নোপোৱা দেখি মোৰ মনত বৰ বেয়া লাগে। মু। আপুনি মোৰ নিমিত্তে একে| নেভাবিব। মোৰহে মনত চিন্তা যে আপুনি সময়ত খাব শুবলৈ নেপায়; এথন্তক ভালকৈ জিৰাবলৈ নেপায়; কিজানি আপোনাৰ গা মূৰ বেয়া