পৃষ্ঠা:মূলা-গাভৰু.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৯ ] ব। অ! হয় হয়! জীয়াৰী জনা দেখিবলৈ হলে বৰ শুৱনী। তেওঁৰ নামেই জয়ন্তীনে কি! লি। তেন্তে তাতে বুজিবা আৰু। বাৰু বান্ধ! এতিয়া যাওঁ। নগলে কি গতি হব শুনিলা নহয়। ব। ভাল যোৱাঁ। মই ও লৰাহঁতৰ মাকৰ খবৰ লওগৈ। 101