পৃষ্ঠা:মূলা-গাভৰু.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১৭ ] হবি! লিখা পঢ়া শিকি মানুহবোৰ নাস্তিক হবলৈহে ধৰিছে! এই বিলাকৰ মতে দেখোন পুৰাণ, শান্ত, ভাগৱত এটাইবোৰ মিছ৷ হব লগ৷ হল! ব। মনে মনে থাকা। মনে মনে থাকা! সৌৱা চুক্লেং গোহাইদেও আহিছে। লি। নেওচা-কেওচা দিবলৈ বহি দেও! পালেহি আকৌ আহি সেই পাট! এই শনিপাটটোৰ পৰা আৰু সাৰিব নোৱৰা হলো! (চুক্লেং কোন বব প্ৰবেশ। কোৱঁ বক দেখি লিগিবা ববাব (আব হয়।) চু। (লিগিবালৈ চাই ) হেব! তই ইয়াত কি কৰিছহি! মোক দেখি লুকালুকি খেদিছ! মই কৈছিলো| কি, শুনিলি কি; কৰিলি কি! যি যি কৰিবলৈ কৈছিলে।, দহোটাৰ এটাও নহল দেখোন। লি। (মূৰ খজুৱাই খজুৱাই ) আপুনি আকৌ একে উশাহে বাৰে বুৰিমান হুকুম দিয়ে। মোৰ মূৰত নধৰা হয়! গোটেই বোৰ খেলি মেখি লাগি কোনটো কোৰোঁ, কোনটো নকৰোঁ, মোৰকে হেৰুৱাওঁ! চু। সেই দেখি গাওঁ ফুৰিছহি। ভাবি বাৰু!. নাক চুলি কাটি তোক মই বনত নেমেলো যদি!