পৃষ্ঠা:মূলা-গাভৰু.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাজিছে মুৰলী, শ্যাম বৰণ, ধেমালী যমুন৷ পাবে। [ ১২ ] ( সমজিত গীত নাচ ) ত্ৰিভঙ্গ মুহূৰ্তি ধৰে। মাৰিছে কিৰিলি, হৰি হৰি বুলি, নানা ফুল ফুলি, কবে বনমালী কিনো বিতোপন, আউলী-বাউলী লৰে চুলি মেলি; ব্ৰজৰ ছোৱালী, কুলি জিলি মিলি, কানাইক বেৰিয়| ধৰে। নাচি বাহু তুলি, শেৱালি নেৱালি, জোনাইৰ জোনাকে জলে জিলিমিলি ধৰিছে উৰুলি, নাচিছে আনন্দ ভবে। 101 POL