পৃষ্ঠা:মূলা-গাভৰু.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১ ] কি মত তোমাৰ নগা ৰজা, বুলিছ৷ নে পৰামৰ্শ ভাল! নঃ বঃ। সুন্দৰ বিচাৰ হৈছে স্বৰ্গদেও। (নগা লৰালৈ চাই ) স্ব। ফুলিছে কপাল তোমাৰ বাপা। পালি মই তোমাক হইলোঁ কৃতাৰ্থ। জাতত ক্ষত্ৰিয় ৰজাৰ সন্তান হুশুৱাই বাস নগাৰ লগত। থাকা মিলি সভ্য সমাজত সজ বিদ্যা কৰা উপাৰ্জন। লাগিছে বেজাৰ এৰি যাবলৈ তোমাক। কিন্তু দেখি আগন্তুক উন্নতি তোমাৰ সন্তোষ লভিছে৷ অতি! দিছে। আশীৰ্বাদ। নেমাৰিব। মন। আহিম সততে। হব দেখা-দেখি থাকেঁ৷ জীয়াই যদি। নঃলঃ। নোৱাৰে৷ কৰিব অন্ত মুখৰ কথাৰে কই তযু গুণ! পিতৃ-তুল্য ৰজা! পুত্ৰ হেন পালি মোক ডাঙৰ কৰিলা। সোধাম তাৰ ধাৰ, কভু নেপাহৰে॥ (নগ৷ জীব গাত ধৰি) যোৱঁ। ৰজা মাগিছো বিদায়।