পৃষ্ঠা:মূলা-গাভৰু.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৯] নঃ লঃ। সামৰি মনৰ শোক দশাক দুষি থাকে। বহি অকলৈ চিন্তা মগ্ন হৈ। কিন্তু উঠে ঘনে ঘনে জলি একুৰা জুই হৃদয়ত মোৰ— পাম যেন লন প্ৰতিশোধ কৰিছিল যি মোৰ মাতৃক অন্যায় বঙহৰ ধন, এজোপা গছৰ! সমন্ধত ভাই, নোহোৱা আনকেও! স্নেহ সাদৰৰ লোৱা আলিঙ্গন! (সাবটি ধৰে ) ( এবি দি ) দলিয়াই পেলোৱা পেটৰ কপট। হব কি নিন্দিলে কিম্বা দিলে গালি। পৰিবহি উলটি নিজ গাতে আহি। লোৱা মোৰ উপদেশ। ৰাখা মোৰ কথা। স্বঃ। কৰা বাস আমাৰ লগত— পৰিয়াল নিজৰ তোমাৰ। কৰিলে৷ প্ৰতিজ্ঞা আজি সবাৰে৷ আগত পাব৷ তুমি ওথ পদ বিশ্বাসৰ ভাৰ। নঃ লঃ। ললে। পাতি শিৰ আজ্ঞ৷ আপোনাৰ। সুখ ভোগ আশা যদিওবা নাই, আছে বাঞ্ছা কিন্তু সেবিব স্বদেশ।